Monday, 16 November 2026
Latest
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই‘ভাৰতক অপমান কৰিলে কোনে হাঁহে?’ ইটালীৰ নেতাৰ শ্লোগানক লৈ ৰাহুল গান্ধীক আক্ৰমণ বিজেপিৰ…যান-জঁট নাই, গাড়ীৰ হৰ্ণ নাই, নাই ব্যস্ততাৰ দৌৰ! শিলৰ বুকুত লুকাই আছে পৃথিৱীৰ এখন আশ্চৰ্যকৰ চহৰ…১ লাখ টকা ধাৰ লৈ পত্নীৰ সৈতে ডেটিং! ৰবি কিষাণৰ পৰা টকা লৈ কি কৰিলে মনোজ তিৱাৰীয়ে?মহাকাশৰ পৰা উভতি আহি লঞ্চপেডতে অৱতৰণ! আকাশতে Starship-ক ‘ধৰিলে’ SpaceX-এ, বিশ্বজুৰি চৰ্চা এলন মাস্কৰ…আমেৰিকাৰ আকাশত বিমান সংকট! ৪০০০ৰো অধিক বিমান বাতিল, ১০ হাজাৰৰো অধিক পলম, হঠাতেই হ’ল কি?SIR-ত বাদ পৰিল ভোটাৰৰ নাম? চিন্তা নাই, পুনৰ ভোটাৰ হ’বলৈ পূৰণ কৰক ফৰ্ম-৬! ডাঙৰ ঘোষণা নিৰ্বাচন আয়োগৰ…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মেষ ৰাশি : কার্য জীৱনৰ কাৰণে মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ শুভবাৰ্তা লাভ ৷

বৃষ ৰাশি : নতুন আৰম্ভনি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আনন্দ দিব ৷ নতুন ব্যৱসায় আৰম্ভনি কৰাৰ উত্তম সময় ৷ বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷

মিথুন ৰাশি : অলাগতিয়াল বহু পৰামর্শ পাব৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব৷ প্ৰশংসা লাভ৷

কৰ্কট ৰাশি : পৰচৰ্চা নকৰিব৷ দিনটো মধ্যমীয়া৷ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ৷

সিংহ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ আবেলি সৰু যাত্রা হʼব পাৰে৷ শিক্ষাৰ্থীৰ শুভ৷ জীৱনত ভাল বন্ধু লাভ৷ প্ৰেমৰ সম্পর্ক ভাল৷

কন্যা ৰাশি :গোটেই দিনটো এলাহ ভাবে আপোনাৰ লগ নেৰিব৷ মূৰৰ বিষ হ’ব পাৰে৷ প্ৰিয়জনৰ লগত সৰু কথাত তৰ্ক বিতৰ্ক হ’ব পাৰে৷

তুলা ৰাশি : নতুন বিষয় অধ্যয়ন কৰিবলৈ মন হ’ব৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব৷ ভাল ফলৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন৷ প্ৰেমত কিছু সমস্যাৰ সন্মুখীন হ’ব৷

বৃশ্চিক ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷

ধনু ৰাশি :ধনৰ আগমন ঘটিব ৷ ভক্তিমূলক ভ্ৰমণ হ’ব ৷ ভাল কাম কৰিবলৈ কোনো কথাতে পিছ হুহকি নাহিব ৷

মকৰ ৰাশি : শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷

কুম্ভ ৰাশি : নতুন বৈদেশিক শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ অধিক ধন উপাৰ্জন কৰিব ৷

মীন ৰাশি : নতুন দায়িত্ব বহন কৰিব৷ নতুন বিষয় অধ্যয়নত ব্যস্ত হৈ পৰিব৷ কৰ্মক্ষেত্ৰত কৰি ভাগৰুৱা হৈ পৰিব পাৰে৷ ব্যৱসায়ত উন্নতি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.