Top News
মহাকাশৰ পৰা উভতি আহি লঞ্চপেডতে অৱতৰণ! আকাশতে Starship-ক ‘ধৰিলে’ SpaceX-এ, বিশ্বজুৰি চৰ্চা এলন মাস্কৰ…
মহাকাশলৈ উৰা মাৰিলে ৰকেট, কিন্তু উভতি আহোঁতে মাটিত অৱতৰণ কৰাৰ পৰিৱৰ্তে আকাশতে ৰকেটক ধৰিলে প্ৰকাণ্ড যান্ত্ৰিক হাতে। বিজ্ঞান-কল্পকাহিনীৰ দৃশ্য যেন বাস্তৱত পৰিণত কৰিলে এলন মাস্কৰ কোম্পানী…
