Friday, 13 November 2026
Latest
মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই
Top News

অৱশেষত আত্মসমৰ্পন চুমি বৰাৰ

অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল চুমি বৰা আৰু তাৰ্কিক বৰা। DGP GP সিঙে কৰিলে এই বিশেষ টুইট। STF য়ে গ্ৰেপ্তাৰ কৰে  দহ দিন ধৰি পলাই থকা চুমি-তাৰ্কিক বৰা।  ডিব্ৰুগড়ত আত্মসমৰ্পণ চুমি বৰা আৰু তাৰ্কিক বৰাৰ। আজি পুৱা ভাগত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে চুমি বৰা আৰু তাৰ্কিক বৰাই।শেহতীয়াকৈ ডিব্ৰুগড়তে আত্মগোপন কৰি আছিল দুয়োৱে।

গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈছিল আৰক্ষী বিষয়াৰ এটা দল। এই আৰক্ষী বিষয়াৰ দলৰ ওচৰত আত্মসমৰ্পণ কৰে দুয়োৱে। আজি আদালতত হাজিৰ কৰোৱা হ’ব দুয়োকে। X হেণ্ডেল যোগে  টুইট কৰি এই কথা জানিবলৈ দিয়ে DGP জি পি সিঙে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *