Saturday, 14 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰতিনিধিত্বমূলক চিত্ৰ

মেষ- প্ৰতিদ্বন্দ্বিতা বাঢ়িব। ক্লান্তি আৰু দুৰ্বলতা থাকিব। স্থায়ী সম্পত্তি বৃদ্ধি পাব। শুভ ৰং-ৰঙা, শুভ নম্বৰ-৮।

বৃষ- শত্ৰুৱে ক্ষতি কৰিব পাৰে। শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। ব্যৱসায়ত আকাংক্ষিত ফল লাভ কৰিব। আয় বৃদ্ধি হ’ব। মূল্যৱান বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক।শুভ ৰং-নীলা, শুভ নম্বৰ-৬।

মিথুন- স্বাস্থ্য দুৰ্বল হৈ থাকিব।  চিন্তা আৰু উত্তেজনা হ্ৰাস পাব। লেনদেনত খৰখেদা আৰু অসাৱধানতা অৱলম্বন নকৰিব। আৰ্থিক লোকচান হ’ব পাৰে।শুভ ৰং-ৰঙা, শুভ নম্বৰ-২।

কৰ্কট-সৃষ্টিশীল কামত সফল হ’ব। ব্যৱসায়ত ব্যস্ততা থাকিব। চাকৰিত প্ৰভাৱ বাঢ়িব। পৰিয়ালক লৈ চিন্তা-চৰ্চা বৃদ্ধি হ’ব পাৰে। আজি আপোনাৰ ভাগ্য অনুকূল হ’ব।শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৭।

সিংহ- নেতিবাচকতা বৃদ্ধি পাব। ব্যৱসায়ত ভালবান হ’ব।লেনদেনত সাৱধান হওক। পৰিয়ালৰ লোকৰ সৈতে মতানৈক্য আৰু তৰ্ক-বিতৰ্ক হ’ব পাৰে।শুভ ৰং-ৰঙা শুভ নম্বৰ-২।

কন্যা-ব্যৱসায় বৃদ্ধি হ’ব। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। ভ্ৰমণৰ সুযোগ লাভ কৰিব। প্ৰতিটো ফালৰ পৰাই আপুনি সফলতা লাভ কৰিব। সুখ বাঢ়িব। ব্যস্ততাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।শুভ ৰং-নীলা, শুভ নম্বৰ-১।

তুলা- অৰ্থনৈতিকভাৱে সবল হৈ থাকিব। কিবা ভাল খবৰে আপোনাক আনন্দিত কৰিব। আত্মসন্মান অটুট থাকিব। শুভ ৰং-নীলা, শুভ নম্বৰ-৩।

বৃশ্চিক- আজি আপুনি উৎসাহ আৰু সুখেৰে কাম কৰিব পাৰিব। কিছুমান ডাঙৰ কাম সম্পূৰ্ণ কৰিলে সুখ বৃদ্ধি পাব। অনাকাংক্ষিত উপহাৰ লাভ কৰিব।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৮।

ধনু- কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। কৰ্মসংস্থাপন বৃদ্ধি পাব। সামাজিক কাম কৰাৰ সুযোগ পাব পাৰে। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-৪।

মকৰ- ব্যৱসায়ত স্থিতি লাভজনক হ’ব। আয়ৰ নিশ্চয়তা থাকিব। কৰ্মস্থানত সুফল লাভ কৰিব। শুভ ৰং-বগা, শুভ নম্বৰ-৫।

কুম্ভ- প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব। বিনিয়োগ শুভ হ’ব। আয় বাঢ়িব। ব্যৱসায়ত লাভ হ’ব।শুভ ৰং-নীলা, শুভ নম্বৰ-৪।

মীন-আজি ভাগ্য আপোনাৰ অনুকূল হ’ব। কৰ্মসংস্থাপন বৃদ্ধি পাব। আয় বাঢ়িব। চাকৰিত প্ৰভাৱ বাঢ়িব। ভাই-ভনীৰ সহযোগিতাই সুখ বৃদ্ধি কৰিব। বিপদজনক কাম-কাজ পৰিহাৰ কৰক।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৯।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.