Saturday, 14 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…

Tag: Share Market

Top News

ট্ৰাম্পৰ ‘শুল্ক’ নীতিত হাহাকাৰ বিশ্বৰ অৰ্থনীতিত; হোৰাহোৰে ডুবিল বিভিন্ন দেশৰ শ্বেয়াৰ মাৰ্কেট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আন এটা বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰি বিশ্বৰ ৬০ খন দেশৰ ওফৰত ‘প্ৰত্যুত্তৰমূলক শুল্ক’ আৰোপ কৰি সমগ্ৰ বিশ্বৰে অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই আনিছে। ট্ৰাম্পে…

2 min read
Top News

আমেৰিকাৰ অভিযোগৰ পিছতেই আদানী গ্ৰুপৰ ডাঙৰ সিদ্ধান্ত, দাখিল কৰা নহয় বণ্ড

আমেৰিকাত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে আদানী গ্ৰুপ। ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকান প্ৰচিকিউটৰে।গৌতম আদানীকে ধৰি ৭জন লোকৰ বিৰুদ্ধে ২ বিলিয়ন ডলাৰৰ…

2 min read
Top News

অৱশেষত আত্মসমৰ্পন চুমি বৰাৰ

অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল চুমি বৰা আৰু তাৰ্কিক বৰা। DGP GP সিঙে কৰিলে এই বিশেষ টুইট। STF য়ে গ্ৰেপ্তাৰ কৰে  দহ দিন ধৰি পলাই থকা চুমি-তাৰ্কিক…

1 min read
Top News

বাজেটৰ পিছতে শ্বেয়াৰ বজাৰত খহনীয়া, ছেনচেক্স ১১০০ পইণ্ট হ্ৰাস

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট দাখিল কৰাৰ লগে লগে অভাৱনীয়ভাৱে হ্ৰাস পালে ভাৰতৰ শ্বেয়াৰ বজাৰ। অৱশ্যে কিছুসময়ৰ পিছতে শ্বেয়াৰ বজাৰ সুস্থিৰ হোৱা পৰিলক্ষিত হয়। বৰ্তমান ছেনচেক্স…

1 min read
ৰাষ্ট্ৰীয়

টাটা-আদানীৰ ৰাজ্যক চেৰ পেলাই শ্বেয়াৰ মাৰ্কেটৰ শীৰ্ষত বিহাৰ-উত্তৰ প্ৰদেশ

মুম্বাই আৰু গুজৰাটৰ লোকে দপদপাই থকা শ্বেয়াৰ বজাৰত প্ৰৱেশ ঘটিছে সৰু চহৰৰ বিনিয়োগকাৰীৰ সংখ্যা। ভাৰতবৰ্ষৰ অন্য ৰাজ্য সমূহৰ পৰা সৰ্বাধিক সংখ্যক শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰা বিনিয়োগকাৰীৰ…

1 min read

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.