Friday, 13 November 2026
Latest
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মেষ: প্রেম-প্রীতিত ভুল চিন্তা সোমাবও পাৰে। অৱশ্যে খেলুৱৈ বা স্বাস্থ্য চৰ্চা কৰাসকলৰ ভালেই দেখা যায়। সন্তানৰ দেহৰ প্ৰতি নজৰ দিয়ক। চাকৰিত আনমনা নহ’লেই ভাল। দাম্পত্যতো খুব নিশ্চিন্ত দেখা নাযায়।
বৃষ: উন্নত সিদ্ধান্ত। সংগীত-নাটকত যাৰ চর্চা, শুভ সময়। খেতিয়কৰ চিন্তা। দাম্পত্যত মধ্যম হ’লেও শাৰীৰিকত কিছু টেনচন। মাতৃৰ মধ্যম। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত ভালেই দেখা যায়।
মিথুন: শৰীৰ খুব উন্নত দেখা নাযায়। বাহিৰা ৰোগত আক্রান্ত যাতে নহয়, সাবধানে চলক। অর্থ হানি। অৱশ্যে কর্মস্থানত স্থিতি উন্নত। ৰাশ্যাধিপতি মণ্ডল কর্মস্থানত। প্রাপ্য পদোন্নতিৰ আশা। কৰ্মৰ গতিও বৃদ্ধি।
কর্কট: পৰিবেশ মধ্যম। দাম্পত্যতো বেয়া নহয়। ধর্মীয় কর্মত নিষ্ঠা। কিন্তু কোনো কাৰণত উদ্বেগ দেখা যায়। আর্থিকত মধ্যম। বুদ্ধি-বৃত্তিব উদয়। কোনো প্রভাবশালী মহিলাৰ সৈতে ভুল ধাৰণা বা বিবাদীয় সংযোগ। অসৎ বন্ধুৰ পৰা আঁতৰি থাকক।
সিংহ: অর্থ হানি। কিছুমান মিছলীয়া লোকৰ পোছাকী কথাত ক্ষতিগ্রস্ত হ’ব পাৰে। একাধিক সমস্যা। অৱশ্যে দশমত বাহু শুক্রব যুক্ততাই আপোনাৰ কৰ্মক্ষেত্ৰত সহায় কৰিব। দৃঢ়তাও লাভ কৰিব।
কন্যা: আর্থিক সমস্যা থাকিলেও হঠাৎ সমাধানৰ যোগ। অৱশ্যে শৰীৰ খুব ভালেৰে নোযোৱাৰ লগতে পিতৃৰ দেহগত অথস্তবো দেখা যায়। অগ্নি বা চৌৰ ভয় নথকা নহয়। দাম্পত্যত খৰচৰ মাত্রা বোধ কৰাৰ চেষ্টা কৰক। কর্মক্ষেত্রত ভালেই দেখা যায়। বিদ্যাত শুভ। ধর্মীয় সংযোগ।
তুলা: ভ্রমণকালত সাৱধানতা ৰক্ষা কৰি আগবাঢ়ক। নিজক প্রতিষ্ঠা কৰাৰ বাবে যদি দীর্ঘদিন সংগ্রাম কৰি আছিল, আজি তাৰ অনুকূল সংকেত লাভ। শত্রু থাকিলেও খুব অশান্তিদায়ক নহ’ব। প্রতিবেশী, ভ্রাতাদিৰ দেহগত সমস্যা। পঢ়াত শুভ।
বৃশ্চিক: আশাবাদী মন। সন্মানিত। কোনো শক্তিশালী ব্যক্তিৰ সান্নিধ্যত আনন্দিত। স্থায়ী বন্ধু লাভ। মনোবল বৃদ্ধি। সামাজিক কৃতকার্যতা। ৰাজনৈতিক সতীৰ্থৰ সৈতে বৰ আন্তৰিকতা নাথাকিব পাৰে। পঢ়াত ভালেই।
ধনু: কর্মক্ষেত্রত ভালেই দেখা যায়। কিবা নতুন সংস্থাপন বা গৃহাদি নিৰ্মাণৰ প্ৰতি যদি চেষ্টা চলাই আছিল, এইবাৰ হয়তো সফল হ’ব। পুৰণি স্থায়ী বন্ধুৰ সান্নিধ্যত সুখী হ’ব। ৰাইজৰ কামত নিষ্ঠা। ধর্মীয় কাৰণত সুখ। কিন্তু অনাকাংক্ষিত ব্যস্ততায়ো সময়ত দিগদাৰ দিব।
মকৰ: শৰীৰৰ অথন্তৰ। বদনাম। অকাৰণত আনে টান কথা শুনাবও পাৰে। অৱশ্যে তাক সাহসিকতাৰে প্ৰতিৰোধ কৰাৰ ক্ষমতাও থাকিব। দাম্পত্যত বেয়া নহয়। ধৈৰ্যৰে আগবাঢ়ক। সন্তানৰ ভৱিষ্যৎ উন্নত। দুর্ভাবনা তথাপি মাৰ নাযাব।
কুম্ভ: আশাবাদিতা। নলগা কথাত লাগি অশান্তি পাব। দাম্পত্যত যেন ভিতৰি কিবা শংকাই দেখা দিব। যাৰ জীৱনত মংগল নীচস্থ তেওঁৰ ভাব-গতিও ঠিক নাথাকিব। মঙল উচ্চ থাকিলে ভয় কম। শত্রুৰ পৰাক্ৰমো কমিব। পঢ়াত মধ্যম।
মীন: দূৰকাংক্ষা। সাৱধানেৰে চলা-ফুৰা নকৰিলে মূৰত আঘাত পাবও পাৰে। অসৎ লোকৰ প্ৰৰোচনাৰ বলি যাতে নহয়। অৱশ্যে প্রায় প্রতিকূল সময়তো নিজৰ স্থিতি ঠিক ৰাখিব। বিদ্যাত বেয়া দেখা নাযায়। মাতৃৰ মধ্যম। শৰীৰ বৰ উন্নত নহয়। উদ্বেগ

Leave a Reply

Your email address will not be published. Required fields are marked *