পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…
আজি ইতিবাচক ৰূপত মুকলি হ’ল ভাৰতীয় শ্বেয়াৰ বজাৰ। আৰম্ভণিৰ ব্যৱসায়ত ৩০ শ্বেয়াৰৰ চেন্সেক্স ১,০৭৮.২৪ পইণ্ট বা ১.৪৮% বৃদ্ধি পাই ৭৩,৭৭৪.৬৩ পইণ্ট হয়। ৫০ শ্বেয়াৰৰ নিফটি ৩২৬.৪৫…
