Saturday, 14 November 2026
Latest
ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…
Top News

শোকাৱহ ঘটনা; এটা পৰিয়ালৰে চাৰিগৰাকী সদস্যৰ চৰম পন্থা

প্ৰতিনিধিত্বমূলক চিত্ৰ

মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভীৱণ্ডীৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। ইয়াত একেটা পৰিয়ালৰ চাৰিজন লোকে আত্মহত্যা কৰিছে। এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে সাধাৰণ জনতাক।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনা সংঘটিত হৈছে ভীৱণ্ডী চহৰৰ কামতঘৰৰ ফেনে পাড়া অঞ্চলত।

আৰক্ষীৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু তেওঁৰ তিনিগৰাকী কন্যাও আছে। সকলোৰে মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা অনুসৰি, মৃত মহিলাগৰাকীৰ স্বামীয়ে নৈশ কৰ্তব্যৰ পৰা পুৱা ঘৰলৈ অহাৰ পিছতে এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে। তেওঁৰ পত্নীৰ লগতে তিনিওগৰাকী কন্যাই চিপ লগাই চৰম পন্থা বাছি লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.