Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Tag: Terrorists Killed

Top News

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ১৫ জন সন্ত্ৰাসবাদীৰ মৃত্যু; চাৰিজন জোৱান শ্বহীদ

খাইবাৰ পখতুনখোৱা প্ৰদেশৰ দুটা ভিন্ন স্থানত নিৰাপত্তাৰক্ষীৰ দলে চলোৱা অভিযানত এক ডজনৰো অধিক ম’ষ্ট ৱাণ্টেড খোৱাৰীজ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। সন্ত্ৰাসবাদীৰ দলৰ উপস্থিতিৰ খবৰ পোৱাৰ…

1 min read
Top News

ভাৰতীয় সেনাৰ বৃহৎ সফলতা; নিহত ৭ গৰাকী পাকিস্তানী সন্ত্ৰাসবাদী

ভাৰতীয় সেনাই ৪-৫ ফেব্ৰুৱাৰীৰ ভিতৰত জম্মু-কাশ্মীৰত বৃহৎ সফলতা অৰ্জন কৰিছে। ভাৰতীয় সেনাই এক অভিযানত ৭ গৰাকী পাকিস্তানী সন্ত্ৰাসবাদীক নিহত কৰাৰ খবৰ আহিছে। নিহত সন্ত্ৰাসবাদী সকলৰ কিছু…

1 min read
Top News

ইছলামিক ষ্টেটৰ বিৰুদ্ধে বৃহৎ অভিযান; কমাণ্ডাৰসহ ৯ জন সন্ত্ৰাসবাদী নিহত

ইৰাকত সন্ত্ৰাস বিৰোধী অভিযানত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ এজন শীৰ্ষ কমাণ্ডাৰ আৰু আন ৮ জন সন্ত্ৰাসবাদী নিহত হৈছে। সামৰিক অভিযানৰ সময়ত সন্ত্ৰাসবাদী কেইজন নিহত হোৱা বুলি…

1 min read
Top News

নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত নিহত ২জন সন্ত্ৰাসবাদী; ৪ সেনা জোৱানৰ লগতে এজন শীৰ্ষ আৰক্ষী বিষয়া আহত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত শনিবাৰে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত হয়। এই এনকাউণ্টাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াৰ লগতে পাঁচগৰাকী সুৰক্ষাকৰ্মী আহত হয় বুলি…

1 min read
ৰাষ্ট্ৰীয়

সন্ত্ৰাসবাদীৰে হোৱা এনকাউণ্টাৰত শ্বহীদ জোৱান, মাত্ৰ এবছৰ পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ দুটা ভিন্ন স্থানত সন্ত্ৰাসবাদীৰে হোৱা এনকাউণ্টাৰত দুজন জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে। ইয়াৰ পিছতে ভাৰতীয় সেনাই চলোৱা তীব্ৰতৰ অভিযানত চাৰিজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।…

1 min read