• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

Nation NE by Nation NE
November 11, 2026
in Top News, অসম
0 0
প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?
Share on FacebookShare on TwitterWhatsApp
পুৱাই হঠাৎ বিকট শব্দ! তাৰ পিছতে চাৰিওফালে হাহাকাৰ। মুহূৰ্তৰ ভিতৰতে সলনি হৈ পৰিল যাত্ৰীসকলৰ এক সাধাৰণ ৰে’লযাত্ৰা। কোনোবাই প্ৰাণ বচাবলৈ দৌৰিছে, কোনোবাই আকৌ আপোনজনক বিচাৰি চিঞৰিছে। গুৱাহাটীৰ সমীপৰ ডিগাৰুত সংঘটিত হ’ল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
মিজোৰামৰ চাইৰাঙৰ পৰা কলকাতামুখী কলকাতা-চাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে পোহৰলৈ আহিছে শিহৰণকাৰী দৃশ্য। প্ৰাৰম্ভিক তথ্য অনুসৰি, ৰে’লখনৰ ব্ৰেক চিষ্টেম বিকল হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত ইঞ্জিনসহ সাতটাকৈ ডবা লাইনচ্যুত হোৱা বুলি প্ৰকাশ পাইছে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই আৰু অধিক ভয়ংকৰ কৰি তুলিছে ঘটনাৰ বৰ্ণনা। ৰে’লখন এটা ব্যৱহাৰ নকৰা ট্ৰেকত সোমাই পৰাৰ সময়তে যাত্ৰীসকলে শুনিবলৈ পাইছিল এটা প্ৰচণ্ড শব্দ। তাৰ পিছতে লাইনচ্যুত হয় ইঞ্জিন। প্ৰত্যক্ষদৰ্শীৰ দাবী অনুসৰি, প্ৰায় ১০ মিনিট ধৰি ট্ৰেকৰ পৰা নামি চুচৰি গৈ অৱশেষত এটা খাৱৈত সোমাই পৰে ৰে’লৰ ইঞ্জিন।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি। প্ৰাৰম্ভিক তথ্য অনুসৰি, ৩০ৰো অধিক যাত্ৰী আহত হৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীলৈ ৰাওনা হৈছে উদ্ধাৰকাৰী দল।
কিন্তু প্ৰকৃততে কিয় বিকল হ’ল ৰে’লখনৰ ব্ৰেক চিষ্টেম? কিদৰে এটা ব্যৱহাৰ নকৰা ট্ৰেকত সোমাই পৰিল যাত্ৰীবাহী ৰে’লখন? কাৰিকৰী বিজুতি নে আন কিবা কাৰণ? এই ভয়ংকৰ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ এতিয়া অপেক্ষা তদন্তৰ প্ৰতিবেদনৰ।
Tags: #AssamTraintrain track

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 11, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…
Top News

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

November 10, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025