Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Tag: Mahakumbha Mela

Top News

মহাকুম্ভৰ পৰা ওভতা পথত ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, কেইবাজনো আহত

উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত দেওবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। পথৰ কাষত ৰৈ থকা…

1 min read
Top News

মহাকুম্ভ মেলাক লৈ বিতৰ্কিত মন্তব্য সাংসদ জয়া বচ্চনৰ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত মৌনি অমাৱস্যাৰ দিনা সংঘটিত হোৱা পদপিষ্টৰ ঘটনাক লৈ চলি আছে ৰাজনীতি। সংসদটো উত্থাপিত হৈছে এই বিষয়টো। ইয়াৰ মাজতে সমাজবাদী পাৰ্টিৰ…

1 min read
Top News

বাতিল হ’ব পাৰে প্ৰধানমন্ত্ৰী মোদীৰ মহাকুম্ভ ভ্ৰমণ!

৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত প্ৰয়াগৰাজ ভ্ৰমণ বাতিল হ’ব পাৰে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, অহা ৫ ফেব্ৰুৱাৰীত মহাকুম্ভত স্নান কৰিবলৈ নাযাব পাৰে প্ৰধানমন্ত্ৰী মোদী।…

1 min read
Top News

২৫ কুইণ্টল গোলাপৰ পাহিৰে মৌনী অমাৱস্যাত পুষ্পবৃষ্টি

মহাকুম্ভ ২০২৫ ত মৌনী অমাৱস্যাৰ দিনটোত শ্ৰদ্ধালু অনুভৱক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে বিশেষ আয়োজন কৰা হৈছে। এই অমৃত স্নান উৎসৱত আকাশৰ পৰা ভক্তসকলৰ ওপৰত গোলাপৰ পাহিৰে…

2 min read
Top News

মহাকুম্ভত আৰব শ্বেখৰ পোছাক পৰিধান কৰি বিপদত ৰাজস্থানৰ এজন ভুৱা যুৱক

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত প্ৰতিদিনে লাখ লাখ ভক্ত উপস্থিত হৈছে। ইয়াৰ সমান্তৰালকৈ এনে বহু লোক মহাকুম্ভৰ ফালে আগবাঢ়িছে, যাৰ লক্ষ্য হৈছে ৰিল বনাই ভাইৰেল…

1 min read
Top News

জানো আহক মহাকুম্ভ মেলাৰ আঁৰৰ কিছু আখ্যান

সুদীৰ্ঘ ১৪৪ বছৰ অপেক্ষাৰ অন্তত হিন্দুসকলৰ পৱিত্ৰ উৎসৱ মহাকুম্ভ মেলা ২০২৫ত প্ৰয়াগৰাজত অনুষ্ঠিত হয়, যি মানৱতাৰ এক বৃহৎ সমাৱেশ হিচাপে পৰিগণিত হৈছে। ২০১৯ চনত প্ৰয়াগৰাজত অনুষ্ঠিত…

2 min read
Top News

মহাকুম্ভত মুছলমান দেশৰ মহিলা, আয়োজন দেখি হৈ পৰিল আৱেগিক

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত চলি আছে মহাকুম্ভ। সনাতনী ধৰ্মৰ এই পৱিত্ৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ প্ৰয়াগৰাজৰ সংগমস্থলীত উপস্থিত হৈছে লাখ লাখ ভক্ত। বিদেশী অতিথিকো আমন্ত্ৰণ কৰা…

2 min read
Top News

মহাকুম্ভৰ সময়ত ত্ৰিবেণী সংগমত স্নান কৰিবলৈ গৈ এন চি পি নেতাৰ সৈতে ভয়ংকৰ কাণ্ড

মঙলবাৰে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত স্নান কৰিবলৈ গৈছিল গা ধুই আছিল এন চি পি (শৰদ ফৈদৰ) নেতা মহেশ কোথে। এই সময়ছোৱাত তেওঁৰ হাৰ্ট…

1 min read
Top News

প্ৰয়াগৰাজত মহা কুম্ভ মেলা, জানি লওঁক এই ৪ টা কথা

অহা বছৰ অৰ্থাৎ ২০২৫ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’ব মহা কুম্ভ মেলা। এই মহাকুম্ভ মেলা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ চলিব। প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জয়িন, আৰু নাচিককে…

2 min read
Top News

৮৫০ বছৰ পুৰণি মহাকুম্ভ মেলা; জানো আহক কুম্ভ মেলাৰ আঁৰৰ কিছু কাহিনী…

মহাকুম্ভ মেলাৰ ইতিহাস হৈছে অতি আকৰ্ষণীয়।  প্ৰতি ১২ বছৰৰ মূৰত আয়োজন কৰা হয় এই মহা কুম্ভ মেলা। দেশৰ চাৰিটা স্থানত আয়োজন কৰা হয় এই মেলা। সেই…

2 min read