• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পশ্চিমবংগ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে ৫ জনীয়া প্ৰাৰ্থীৰ তালিকা; ৩ খন আসনত প্ৰাৰ্থী সলনি

Nation NE by Nation NE
April 5, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
পশ্চিমবংগ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে ৫ জনীয়া প্ৰাৰ্থীৰ তালিকা; ৩ খন আসনত প্ৰাৰ্থী সলনি
Share on FacebookShare on TwitterWhatsApp

আগন্তুক পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। ৰাজনৈতিক দলসমূহে সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছে। ইফালে বিজেপিয়ে প্ৰকাশ কৰিছে পঞ্চম প্ৰাৰ্থীৰ তালিকা।

বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে পঞ্চম তালিকাৰ ৫ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আনহাতে দলটোৱে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ সংশোধিত তালিকা প্ৰকাশ কৰিছে।বিজেপিয়ে প্ৰকাশ কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি, অনুপম বিশ্বাসে কল্যাণীৰ পৰা, ডম ডম নৰ্থৰ পৰা সৌৰভ ছিকদাৰ, মধ্যমগ্ৰামৰ পৰা অনিন্দ্ৰদ্যা ৰাজু বেনাৰ্জী, আৰু উলুবেৰিয়া ইষ্টৰ পৰা ৰুদ্ৰপ্ৰসাদ বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে দলটোৱে তিনিটা বিধানসভা সমষ্টিৰ সংশোধিত তালিকাও প্ৰকাশ কৰিছে। কৌশিক সিদ্ধাৰ্থক বাচিৰহাট নৰ্থ, বিষ্ণুপুৰৰ পৰা অভিজিত চৰ্দাৰ, বেহালা ইষ্টৰ পৰা শংকৰ ছিকদাৰক মনোনীত কৰা হৈছে।

পশ্চিমবংগৰ ২৯২টা বিধান সভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা। প্ৰথমখন তালিকাত ১৪৪ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে দলটোৱে। দ্বিতীয় তালিকাত ১১১ জন, তৃতীয় তালিকাত ১৯ জন, চতুৰ্থ তালিকাত ১৩ জন প্ৰাৰ্থী আছিল।

পশ্চিম বংগত শাসকীয় টিএমচি আৰু বিজেপিৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতাসকলে বংগ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ এপ্ৰিলত বংগৰ কুচবিহাৰত এক সভাত ভাষণ দিব। ২০২৬ চনৰ বংগ বিধানসভা নিৰ্বাচনৰ বাবে এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ৰেলী। বিজেপিৰ বাবে কোচবিহাৰৰ বিশেষ তাৎপৰ্য আছে, কিয়নো ২০২১ চনত তাত থকা ৯খন বিধানসভাৰ আসনৰ ভিতৰত ৮খন আসন লাভ কৰিছিল।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, পশ্চিম বংগত ভোটদান দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ ২৩ এপ্ৰিলত আৰু দ্বিতীয় পৰ্যায়ৰ ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। অহা ৪ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। ইফালে বিধানসভা নিৰ্বাচনৰ মাজতে বংগ ভ্ৰমণ কৰি আছে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে। বিভিন্ন দলৰ নেতাৰ মাজতো এক বাকযুদ্ধ দেখা গৈছে।

Tags: BJPElectionWest Bengal

Related Posts

প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?
Top News

November 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 11, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025