• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

Nation NE by Nation NE
November 10, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Share on FacebookShare on TwitterWhatsApp
ইজৰাইলৰ ৰাজনীতিত এতিয়া চলিছে ক্ষমতা দখলৰ তীব্ৰ যুঁজ! প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ চকী টলমল হোৱাৰ সময়তে নতুন ৰাজনৈতিক কৌশলেৰে প্ৰতিদ্বন্দ্বী গাডি আইজেনকোটৰ পথত বাধাৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে নেতান্যাহুৱে। নিৰ্বাচনৰ পিছত সংখ্যাগৰিষ্ঠতা হেৰুৱাইও ক্ষমতা এৰিবলৈ সাজু নহয় নেতান্যাহু। আনহাতে, চৰকাৰ গঠনৰ দায়িত্ব লাভ কৰি নতুন ৰাজনৈতিক সমীকৰণ গঢ়াৰ চেষ্টা চলাইছে প্ৰাক্তন সেনাপ্ৰধান আইজেনকোটে।
২৭ অক্টোবৰত অনুষ্ঠিত ইজৰাইলৰ নিৰ্বাচনত কোনো এটা ৰাজনৈতিক শিবিৰেই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৬১খন আসনৰ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে। নেতান্যাহুৰ লিকুড দলে ২৭খন আসন লাভ কৰাৰ বিপৰীতে আইজেনকোটৰ য়াশ্বাৰ দলে লাভ কৰে ২১খন আসন। নেতান্যাহুৰ মিত্ৰজোঁটে মুঠ ৫৩খন আসন লাভ কৰে। আনহাতে, আইজেনকোটৰ বিৰোধী মিত্ৰজোঁটৰ আসনৰ সংখ্যা ৪৮খন।
এনে পৰিস্থিতিত ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে ৭ নৱেম্বৰত আইজেনকোটক চৰকাৰ গঠনৰ দায়িত্ব প্ৰদান কৰে। ৬৭গৰাকী সাংসদে আইজেনকোটৰ পক্ষত সমৰ্থন জনোৱাত নেতান্যাহুৰ ৰাজনৈতিক স্থিতি দুৰ্বল হৈ পৰে। চৰকাৰ গঠনৰ বাবে আইজেনকোটে লাভ কৰিছে ২৮ দিনৰ সময়।
কিন্তু ইয়াতেই শেষ হোৱা নাই ৰাজনৈতিক নাটক। ৯ নৱেম্বৰত নেতান্যাহুৱে পুনৰ এক নতুন ৰাজনৈতিক প্ৰস্তাৱ আগবঢ়ায়। তেওঁৰ আহ্বান—সকলো ইহুদী জাতীয়তাবাদী আৰু অতি-ধৰ্মীয় ৰাজনৈতিক দলক লৈ তেওঁৰ নেতৃত্বতে গঠন হওক এখন ঐক্য চৰকাৰ। অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে আইজেনকোটক চৰকাৰ গঠনৰ দায়িত্ব দিলেও প্ৰধানমন্ত্ৰীৰ চকী এৰিবলৈ এতিয়াও সাজু নহয় নেতান্যাহু।
আনহাতে, আইজেনকোটৰ চৰকাৰ গঠনৰ পথতো আছে কাঁইট। অতি-ধৰ্মীয় দল শ্বাছ আৰু ইউনাইটেড টোৰাহ জুডাইজমৰ সমৰ্থন লাভ কৰাটো তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু এই দলসমূহে এতিয়াও নিজৰ স্থিতি স্পষ্ট কৰা নাই। আনকি আৰব দলসমূহৰ সমৰ্থনক লৈও বিৰোধী শিবিৰৰ ভিতৰত মতভেদ আছে।
ইফালে, ১০ নৱেম্বৰত ইজৰাইলৰ নতুন সংসদত অধ্যক্ষ সলনি কৰাৰ প্ৰচেষ্টাই নতুন ৰাজনৈতিক সংঘাতৰ সূচনা কৰিছে। সংসদৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনাৰ চেষ্টা চলাইছে আইজেনকোটৰ শিবিৰে। এই পদক্ষেপে নেতান্যাহুৰ ৰাজনৈতিক কৌশলক প্ৰত্যাহ্বান জনাব পাৰে।
এতিয়া প্ৰশ্ন এটাই—আইজেনকোটে ২৮ দিনৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰি নেতান্যাহুৰ ১৫ বছৰীয়া ৰাজনৈতিক আধিপত্যৰ অৱসান ঘটাব পাৰিবনে? নে মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ আৰু নেতান্যাহুৰ নতুন ৰাজনৈতিক চালে পুনৰ ক্ষমতাৰ গাদীত বহাৰ সুযোগ দিব নেতান্যাহুক? ইজৰাইলৰ ৰাজনীতিত এতিয়া প্ৰতিটো দিনেই হৈ পৰিছে নিৰ্ণায়ক।
Tags: benjamin netnyahuIsrael

Related Posts

চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ
Top News

চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

November 10, 2026
কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…
Top News

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

November 10, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…
Top News

মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…
Top News

ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025