Saturday, 14 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰতিনিধিত্বমূলক চিত্ৰ

মেষ-আৰ্থিক দিশত অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব। বিদ্যাত শুভ। শনি মহাৰাজক ধ্যান কৰিব। শুভ সংখ্যা- ২, শুভ ৰং-সোণালী

বৃষ-বিদ্যাত শুভ। ব্যৱসায়ত লাভৱান হ’ব। বৌদ্ধিক কাম সফল হ’ব। ভ্ৰমণ, বিনিয়োগ আৰু চাকৰিৰ পৰা আপুনি আকাংক্ষিত সুবিধা লাভ কৰিব।শুভ সংখ্যা- ৬, শুভ ৰং- নীলা

মিথুন-ব্যৱসায়িক ভ্ৰমণ সফল হ’ব। চাকৰি, কৰ্মসংস্থাপন আৰু সহযোগিতাৰ ক্ষেত্ৰত উন্নতি সম্ভৱ। আজি আপোনাৰ অভাৱনীয়ভাৱে লাভ হ’ব পাৰে। কৰ্মসংস্থাপন লাভৰ প্ৰচেষ্টা সফল হ’ব।শুভ সংখ্যা- ৭, শুভ ৰং-

কৰ্কট-আত্মবিশ্বাস বাঢ়িব। খৰচ কমাবলৈ চেষ্টা কৰিব লাগিব। লাভজনক বিনিয়োগ বৃদ্ধি পাব।শুভ সংখ্যা- ২, শুভ ৰং- গুলপীয়া

সিংহ-সামাজিক কামত সহযোগ কৰাৰ সুযোগ পাব। ব্যৱসায় বৃদ্ধি হ’ব। বিনিয়োগ শুভ হ’ব। আয় বাঢ়িব।শুভ সংখ্যা- ৪, শুভ ৰং- কমলা

কন্যা- বিপদ আৰু দায়িত্বশীল কামত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। পাৰিবাৰিক পৰিবেশ সুখকৰ হ’ব। কামত উন্নতি হ’ব।  আয়ৰ নতুন উৎস লাভ কৰিব পাৰে। ব্যৱসায়ত আকাংক্ষিত লাভ থাকিব। শ্বেয়াৰ মাৰ্কেট আৰু মিউচুৱেল ফাণ্ড আদিত সুবিধা লাভ কৰিব। শুভ সংখ্যা-৮, শুভ ৰং- হালধীয়া

তুলা-মূল্যৱান বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক। ব্যৱসায়িক সুনাম, লেনদেন আৰু অন্যান্য আইনী সমস্যাৰ সম্ভৱপৰ সমাধান। শুভ সংখ্যা- ৫, শুভ ৰং- ৰঙা

বৃশ্চিক-কৰ্ম উন্নতিৰ যোগ। শাৰিৰীক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব। প্ৰেমত শুভ। শুভ সংখ্যা- ৩, শুভ ৰং- নীলা

ধনু-কৰ্মস্থলীত সুনাম বৃদ্ধি হ’ব। আপোনাৰ ব্যৱহাৰৰ বাবে সকলোকে আপোন কৰি ল’ব পাৰিব। শুভ সংখ্যা- ১, শুভ ৰং- বগা

মকৰ-অপ্ৰয়োজনীয় বিবাদৰ বাবে লোকচান সম্ভৱপৰ। আৰ্থিক বিষয়ত বিশ্বাস বা আস্থাৰ ওপৰত নিৰ্ভৰ নকৰিব। আজিৰ দিনটো হ’ব আপোনাৰ বাবে প্ৰতিকূল। স্বাভাৱিক চঞ্চলতা কমি যাব। শুভ সংখ্যা- ৮, শুভ ৰং- সেউজীয়া

কুম্ভ-কৰ্মদক্ষতা বৃদ্ধি পাব। ব্যৱসায়িক পৰিকল্পনা উৎসাহেৰে সম্পূৰ্ণ কৰিব পাৰিব। আৰ্থিক দিশত লাভৱান হ’ব। শুভ সংখ্যা- ৯, শুভ ৰং- পাতল নীলা

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.