• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ভাৰতৰত্ন দিবলৈ দাবী, চৰকাৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

Nation NE by Nation NE
October 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ভাৰতৰত্ন দিবলৈ দাবী, চৰকাৰলৈ প্ৰেৰণ কৰিলে পত্ৰ
Share on FacebookShare on TwitterWhatsApp

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙক ভাৰতৰত্ন দিবলৈ পুনৰবাৰ দাবী কৰা উত্থাপন হৈছে। শিখ সংগঠন “নামধাৰি সংগত সেৱা সমিতি”য়ে ভাৰত চৰকাৰক  প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতৰত্নৰে সম্বৰ্ধনা জনোৱাৰ অনুৰোধ জনাইছে।

মঙলবাৰে “কনষ্টিটিউচন ক্লাব”ত অনুষ্ঠিত এই সংবাদমেলৰ সময়ত সমিতিৰ সদস্যসকলে এই সন্দৰ্ভত চৰকাৰলৈ কেইবাখনো পত্ৰ লিখা বুলি জানিবলৈ দিয়ে।

সন্মিলনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সাফল্যৰ বিষয়ে বৰ্ণনা কৰি “নামধাৰি সংগত সেৱা সমিতি”ৰ সদস্যসকলে কয় যে, মনমোহন সিঙক জাতিটোৰ প্ৰতি কৰা সেৱাৰ বাবে ১৯৮৭ চনত পদ্ম বিভূষণ সন্মান প্ৰদান কৰাৰ বিপৰীতে ২০১০ চনত চৌদি আৰবে তেওঁক পদ্ম বিভূষণৰ সৈতে “অৰ্ডাৰ অৱ কিং আব্দুল আজিজ” বঁটাৰে সন্মানিত কৰে। ইয়াৰ লগতে ২০১৪ চনত জাপানে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক “পাউলোনিয়া ফুলৰ অৰ্ডাৰ”ৰে সন্মানিত কৰে।

কমিটীৰ মুখপাত্ৰ লখৱিন্দৰ সিঙে কয় যে, ভাৰতৰ অৰ্থনীতিক পুনৰ শুদ্ধ পথলৈ আনি পুনৰুজ্জীৱিত কৰাৰ প্ৰকৃত কৃতিত্ব মনমোহন সিঙৰ হাতত। কমিটীয়ে কয় যে, ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা পাৰমাণৱিক চুক্তিখন সফলতাৰে চূড়ান্ত কৰি মনমোহন সিং চৰকাৰে এক গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে। তেওঁ কয় যে, ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ অৱদান আছে।

প্রাক্তন প্রধানমন্ত্রীক ভাৰতৰত্ন প্ৰদান কৰিবলৈ দাবী উত্থাপন হোৱাটো এইবাৰেই প্রথম নহয়৷ বিগত বৰ্ষৰ আৰম্ভণিতে ঝাৰখণ্ড কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক উপ-সভাপতি অজয় ​​কুমাৰেও কেন্দ্ৰীয় চৰকাৰক মনমোহন সিঙক ভাৰতৰত্ন দিবলৈ দাবী জনাইছিল।

১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ এখন গাঁৱত জন্মগ্ৰহণ কৰিছিল মনমোহন সিঙৰ। ১৯৪৭ চনত যেতিয়া বিভাজন হৈছিল তেতিয়া তেওঁ ভাৰতলৈ আহিছিল। ৩৩ বছৰ ধৰি তেওঁ ৰাজ্যসভাৰ সাংসদ আছিল। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ইউ পি এ চৰকাৰৰ প্ৰধানমন্ত্ৰী আছিল সিং।

মনমোহন সিং এজন অৰ্থনীতিবিদ, শিক্ষাবিদ আৰু আমোলাও আছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ নৰসিংহ ৰাও চৰকাৰৰ বিত্তমন্ত্ৰী আছিল। তেওঁ বহুতো গাঁথনিগত কাম কৰিছিল যাৰ ফলত ভাৰতৰ অৰ্থনীতিৰো উন্নতি ঘটিছিল। সিঙে নিজৰ কামেৰে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছে।

Tags: #CongressManmohan SinghPrime Minister

Related Posts

প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?
Top News

November 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 11, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025