Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

পুত্ৰৰ বিৰুদ্ধে এক্সন ল’লে লালু প্ৰসাদে, দলৰ পৰা কৰিলে বহিষ্কাৰ!

জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰজেডিৰ চুপ্ৰেমো লালু প্ৰসাদ যাদৱে। ২৫ মে’ত লালুৱে সামাজিক মাদ্যমত পোষ্ট কৰি লিখিছে যে, ব্যক্তিগত জীৱনত নৈতিক মূল্যবোধক অৱজ্ঞা কৰিলে সামাজিক ন্যায়ৰ বাবে মানুহৰ সামূহিক সংগ্ৰাম দুৰ্বল হৈ পৰে।

বৰ পুত্ৰৰ কাৰ্যকলাপ, ৰাজহুৱা আচৰণ আৰু দায়িত্বহীন আচৰণে তেওঁলোকৰ পাৰিবাৰিক মূল্যবোধ আৰু সংস্কাৰৰ অনুকূল নহয় বুলি উল্লেখ কৰে লালুৱে। সেয়ে কিছু পৰিস্থিতিৰ বাবে তেওঁক দল পৰা আঁতৰোৱাৰ চিন্তা কৰে লালুৱে।

তেওঁ লগতে লিখিছে যে,  এতিয়াৰ পৰা দল আৰু পৰিয়ালত তেজ প্ৰতাপ যাদৱৰ কোনো ধৰণৰ ভূমিকা নাথাকিব। যাৰ বাবে তেওঁক ৬ বছৰলৈ দলৰ পৰা বহিষ্কাৰ কৰা হয়। তেওঁ নিজেই নিজৰ ব্যক্তিগত জীৱনৰ ভাল-বেয়া আৰু গুণ আৰু অসুবিধাবোৰ চাবলৈ সক্ষম। তেওঁৰ সৈতে যাৰ সম্পৰ্ক থাকিব তেওঁলোকে নিজৰ বিবেচনাৰে সিদ্ধান্ত ল’ব পাৰিব বুলিও কয় লালুৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *