• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণৰ ডাঙৰ পৰিকল্পনা!পাৰ্চী উপসাগৰত ৩০০০খন জাহাজৰে পেৰেড

Nation NE by Nation NE
March 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণৰ ডাঙৰ পৰিকল্পনা!পাৰ্চী উপসাগৰত ৩০০০খন জাহাজৰে পেৰেড
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাই নিজৰ ফালৰ পৰা ইৰাণ আৰু পেলেষ্টাইনীসকলক সকলো সময়তে ভাবুকি দি থাকে। যদিও এই ভাবুকিবোৰে ইৰাণ বা পেলেষ্টাইনৰ ওপৰত কোনো বিশেষ প্ৰভাৱ পেলোৱা যেন নালাগে, তথাপিও আমেৰিকাই নিজৰ আগ্ৰাসন প্ৰদৰ্শন কৰি আছে।

মাজে মাজে ইৰাণেও আমেৰিকাক নিজৰ ভাষাত সঁহাৰি জনায়। ইফালে ইয়াৰ মাজতে ইৰাণে দিছে আন এক ডাঙৰ বাৰ্তা।

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পেলেষ্টাইনীসকলক সম্পূৰ্ণৰূপে নিঃশেষ কৰিম বুলি এটা বিবৃতি দিয়ে, লগতে ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে পেলেষ্টাইনীসকলক উৎসাহিত কৰাৰো অভিযোগ উত্থাপন কৰে। এই বক্তব্যৰ পিছতেই ইৰাণত এক বৃহৎ নৌসেনাৰ পেৰেডৰ আয়োজন কৰা হয়, য’ত ৩০০০ৰো অধিক জাহাজে অংশগ্ৰহণ কৰিছে।

আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ওমান উপসাগৰত এই অনুশীলন চলি আছে। ইৰাণৰ ওপৰত সৰ্বাধিক হেঁচা প্ৰয়োগৰ নীতিও গ্ৰহণ কৰিছে ট্ৰাম্পে।

ইৰাণৰ ক্ষমতা প্ৰদৰ্শনত পাৰস্য উপসাগৰত ইৰাণৰ ৩০০০ জাহাজৰ পেৰেডৰ আয়োজন কৰা হৈছিল, য’ত ইৰাণৰ সমৰ্থক দেশসমূহেও অংশগ্ৰহণ কৰিছিল।লেবানন, ইৰাক, য়েমেনকে ধৰি ইৰাণৰ মিত্ৰ দেশসমূহৰ জাহাজসমূহে এই পেৰেডত অংশগ্ৰহণ কৰে। তেওঁ এই কাৰ্যসূচীক নৌসেনাৰ শক্তিৰ প্ৰদৰ্শন আৰু ইজৰাইললৈ এক বাৰ্তা বুলি অভিহিত কৰে।

Tags: IranNAVALPARADE

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025