সাগৰত অৱৰোধৰ পিছত এইবাৰ স্থলপথত আমেৰিকাৰ ‘আইৰন গেট’! চাৰিওফালৰ পৰা ইৰাণক ঘেৰিবলৈ ট্ৰাম্পৰ নতুন ৰণকৌশল, বন্ধ হ’বনে ইৰাণৰ অস্ত্ৰ আৰু ধনৰ সৰবৰাহ?
এফালে সাগৰত কঠোৰ অৱৰোধ, আনফালে স্থলপথতো কটকটীয়া নজৰদাৰী! ইৰাণক চাৰিওফালৰ পৰা ঘেৰিবলৈ এইবাৰ নতুন কৌশল হাতত লৈছে আমেৰিকাই। কেৱল সামৰিক ...











