Top News
আপত্তিজনক মন্তব্য কৰা শ্বাহিদ আফ্ৰিদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ভাৰত চৰকাৰৰ
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ আপত্তিজনক মন্তব্য কৰা শ্বাহিদ আফ্ৰিদীৰ ইউটিউব চেনেল ভাৰতত নিষিদ্ধ ঘোষণা কৰা হৈছে। এতিয়া ভাৰতৰ কোনো লোকে চাব নোৱাৰিব পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ…
