Top News
কোন আছিল বাহাদুৰ শ্বাহ জাফৰ? যাৰ ছবি ঔৰংজেৱৰ বুলি ভাবি ক’লা ৰং সনা হৈছিল
উত্তৰ প্ৰদেশৰ গাজিয়াবাদ ৰেল ষ্টেচনত ১৮ এপ্ৰিলত এক বৃহৎ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আচলতে হিন্দু সুৰক্ষা দলৰ কৰ্মীসকলে এজন মোগল সম্ৰাটৰ ছবি ক’লা ৰং সানে। কিন্তু…
