নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ১৫ জন সন্ত্ৰাসবাদীৰ মৃত্যু; চাৰিজন জোৱান শ্বহীদ
খাইবাৰ পখতুনখোৱা প্ৰদেশৰ দুটা ভিন্ন স্থানত নিৰাপত্তাৰক্ষীৰ দলে চলোৱা অভিযানত এক ডজনৰো অধিক ম’ষ্ট ৱাণ্টেড খোৱাৰীজ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। সন্ত্ৰাসবাদীৰ দলৰ উপস্থিতিৰ খবৰ পোৱাৰ…
