Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Tag: Dilip Saikia

Top News

৬ এপ্ৰিলত বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস; কাৰ্যকৰ্তালৈ বিশেষ আহ্বান ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ

বহু ঘাট প্ৰতিঘাটৰ মাজেৰে দেশৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা তথা সাম্প্ৰতিক সময়ৰ দেশৰ শাসনাধিষ্ঠ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি ৪৬ সংখ্যক প্ৰতিষ্ঠা…

1 min read
Top News

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণত হতভম্ভ ৰাজ্যবাসী; অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিলীপ শইকীয়াৰ

কেতিয়াও নোহোৱা-নোপজা ঘটনাৰ সূত্রপাত ঘটে অসম বিধানসভাৰ মজিয়াত। সংবিধানৰ নামত শপত লোৱা বিধায়কৰ অভব্য আচৰণ দেখা গৈছে বিধানসভাত। শুকুৰবাৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়ক…

2 min read
Top News

দুটাকৈ ৰে’লপথ মহাপুৰুষ দুজনাৰ নামেৰে নামাকৰণ কৰাৰ দাবী সাংসদ দিলীপ শইকীয়াৰ

অসমৰ দুটা দীৰ্ঘ দূৰত্বৰ ৰে’লপথ গুৱাহাটী-দিল্লী-গুৱাহাটী আৰু গুৱাহাটী-চেন্নাই-গুৱাহাটী পথ দুটা মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাকৰণ কৰিবলৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই…

2 min read
Top News

কংগ্ৰেছ মানেই কৰাপচন, কৰাপচন মানেই কংগ্ৰেছ : দিলীপ শইকীয়া

এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে পুনৰ জোকাৰিছে ৰাজ্য। সোমবাৰে কোকৰাঝাৰত অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দিনাই মুখ্যমন্ত্ৰী ড০…

2 min read
Top News

আপৰ দুমুখীয়া চৰিত্ৰৰ বিৰুদ্ধে দিল্লীবাসীৰ ঐতিহাসিক ৰায়দান : দিলীপ শইকীয়া

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা-বিশ্বাস ৰাখি দিল্লীবাসীয়ে যি ৰায় প্ৰদান কৰিলে তাৰ বাবে ভোটাৰ ৰাইজক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছো। এই চেগতে ভাৰতীয় জনতা পাৰ্টিৰ…

2 min read
BIG BREAKING

সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বতে ‘২৬ৰ ৰণত নামিব বিজেপি

সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। আজি আনুষ্ঠানিকভাৱে দিলীপ শইকীয়াক অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।…

2 min read