ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…
বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বহুসময়ত ভাৰত বিৰোধী মন্তব্য কৰা মৌলবী মামুনুল হকে হেৰুৱায় নিজৰ আসন। বাংলাদেশৰ খিলাফত মাজলিছৰ প্ৰাৰ্থী মামুনুল হকে ঢাকাৰ ১৩খন আসনত পৰাস্ত হয়। এই…
