• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, ৩০ৰো অধিকৰ প্ৰাণহানি

Nation NE by Nation NE
November 18, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
হামাছ-ইজৰাইল যুদ্ধ কাইলৈ ​​শেষ হ’ব; কিন্তু বেঞ্জামিন নেতান্যাহুয়ে বান্ধি দিলে এক বিশেষ চৰ্ত
Share on FacebookShare on TwitterWhatsApp

পুনৰ ইজৰাইলৰ আক্ৰমণত কঁপি উঠিল গাজা।হামাছক প্ৰায় নিঃশেষ কৰাৰ পাছতেই ইজৰাইলে লেবাননত থকা হিজাবুল্লাহৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। ইতিমধ্যে ইজৰাইলে হামাছ আৰু হিজাবুল্লাহৰ কেইবাগৰাকীও শীৰ্ষ নেতাক শেষ কৰিছে।

দেওবাৰে পুৱা উত্তৰ গাজাৰ বেইট লাহিয়াত ইজৰাইলে কৰা ভয়ংকৰ আক্ৰমণত প্ৰায় ৩০ৰো অধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহত হয় বহুলোক। গাজাৰ এখন চিকিৎসালয়ৰ পৰিচালকে এই তথ্য প্ৰকাশ কৰিছে। বেইট লাহিয়াৰ কমল আদৱান হাস্পতালৰ সঞ্চালক হোছাম আবু ছাফিয়াইও কয় যে,এই আক্ৰমণত ৩০ ৰো অধিক লোকৰ মৃত্যু হৈছে। এতিয়াও ধ্বংসস্তুপৰ মাজত বহুলোক আৱদ্ধ হৈ থকাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে শনিবাৰে ইজৰাইলৰ আক্ৰমণত গাজাত প্ৰায় ১২ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহত হৈছে বহুলোক। পেলেষ্টাইনৰ চিকিৎসা বিষয়াসকলে দেওবাৰে এই তথ্য প্ৰদান কৰে।

উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহুলোক আহত হৈছে। ইয়াৰ উপৰি হাজাৰ হাজাৰ লোক গৃহহীন হৈ বিভিন্ন শিবিৰত আশ্ৰয় লৈ আছে। গাজাত থকা হামাছত প্ৰায় নিঃশেষ কৰাৰ পাছতেই ইজৰাইলে লেবাননত থকা হিজাবুল্লাহৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। ইতিমধ্যে ইজৰাইলে হামাছ আৰু হিজাবুল্লাহৰ কেইবাগৰাকী শীৰ্ষ নেতাক শেষ কৰিছে।

Tags: IranIsraelWar

Related Posts

প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?
Top News

November 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 11, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025