• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
22 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

নিৰ্বাচনত মুখথেকেচা, এইবাৰ আকৌ ইৰাণক শিকনি দিবলৈ গৈ ভাৰতীয় ব্যৱসায়ীক বিপদত পেলালে ট্ৰাম্পে…

Nation NE by Nation NE
November 5, 2026
in Uncategorized, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নিৰ্বাচনত মুখথেকেচা, এইবাৰ আকৌ ইৰাণক শিকনি দিবলৈ গৈ ভাৰতীয় ব্যৱসায়ীক বিপদত পেলালে ট্ৰাম্পে…
Share on FacebookShare on TwitterWhatsApp
আমেৰিকাৰ ৰাজনীতিত ট্ৰাম্পৰ ক্ষমতাৰ ভেটিত মোক্ষম আঘাত। নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ শোচনীয় পৰাজয়ৰ পিছতে এইবাৰ ইৰাণক কেন্দ্ৰ কৰি নতুন অৰ্থনৈতিক অভিযানত নামিল ট্ৰাম্প প্ৰশাসন। লক্ষ্য ইৰাণৰ তেলৰ ব্যৱসায়, কিন্তু এইবাৰ আমেৰিকাৰ নিষেধাজ্ঞাৰ জালত পৰিল ভাৰতীয় ব্যৱসায়ী আৰু কেইবাটাও প্ৰতিষ্ঠান।
৩ নৱেম্বৰত অনুষ্ঠিত আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিয়ে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ আৰু ছিনেট দুয়োটাতে সংখ্যাগৰিষ্ঠতা লাভ কৰে। এই ফলাফলক ট্ৰাম্পৰ নীতি আৰু নেতৃত্বৰ বিৰুদ্ধে জনতাৰ এক বৃহৎ প্ৰত্যাখ্যান হিচাপে গণ্য কৰা হৈছে। বিশেষকৈ ইৰাণৰ সৈতে যুদ্ধ আৰু মূল্যবৃদ্ধিয়ে নিৰ্বাচনত প্ৰভাৱ পেলোৱা বুলি চৰ্চা হৈছে।
কিন্তু নিৰ্বাচনী বিপৰ্যয়ৰ পিছদিনাই ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰিলে কঠোৰ পদক্ষেপ। আমেৰিকাৰ বিত্ত বিভাগে ভাৰত আৰু তুৰস্কৰ কেইবাজনো ব্যক্তি তথা প্ৰতিষ্ঠানৰ ওপৰত নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰে।
আমেৰিকাৰ অভিযোগ অনুসৰি, ভাৰতীয় ব্যৱসায়ী ছুনীল কুমাৰ শৰ্মা, তেওঁৰ পত্নী জছপ্ৰীত প্ৰীতি শ্বাহিদ আৰু আন দুজন ভাৰতীয় ব্যৱসায়ীৰ সৈতে জড়িত নটা প্ৰতিষ্ঠানে ইৰাণৰ তেল পৰিবহণ কৰা নিষিদ্ধ জাহাজসমূহক ভুৱা ৰাষ্ট্ৰীয় পতাকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা এৰাই চলাত সহায় কৰিছিল।
এই অভিযানৰ নাম দিয়া হৈছে ‘Operation Economic Outcast’। ইয়াৰ মূল লক্ষ্য হৈছে ইৰাণৰ তেল বিক্ৰীৰ জৰিয়তে আহৰণ কৰা ৰাজহৰ পথ বন্ধ কৰা।
এতিয়া প্ৰশ্ন হৈছে, নিৰ্বাচনত পৰাজয়ৰ পিছতো ট্ৰাম্পৰ ইৰাণবিৰোধী অভিযান অধিক কঠোৰ হ’ব নেকি? আৰু ইয়াৰ প্ৰভাৱ পৰিব নেকি ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সম্পৰ্কত?
Tags: IranOILTrump

Related Posts

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…

November 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 9, 2026
ৰহস্যৰে ভৰা এখন পাহাৰ! কেতিয়াবা ৰঙা, কেতিয়াবা সোণালী, আকৌ কেতিয়াবা ধূসৰ, চুম্বকৰ দৰে আকৰ্ষণ কৰে প্ৰকৃতিৰ এই আচৰিত তিলিস্মই…

November 8, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025