ট্ৰাম্প দলৰ নিৰ্বাচনী পৰাজয়তেই তেলৰ বজাৰত ভূমিকম্প! এদিনতে ১০% পৰ্যন্ত হ্ৰাস খাৰুৱা তেলৰ মূল্য…
আমেৰিকাৰ ৰাজনীতিত নিৰ্বাচনী ধাক্কা আৰু তাৰ প্ৰভাৱ এইবাৰ পোনপটীয়াকৈ পৰিল বিশ্বৰ তেলৰ বজাৰত। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ পৰাজয়ৰ পিছতে ...











