• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
22 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীৰ পৰা গুৱাহাটীলৈ মাত্ৰ ৮ ঘণ্টা! অসমলৈ আহিব বুলেট ট্ৰেইন, সলনি হ’ব উত্তৰ-পূবৰ যাতায়াত ব্যৱস্থা,সলনি হ’ব উত্তৰ-পূবৰ ভৱিষ্যৎ…

Nation NE by Nation NE
November 2, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
দিল্লীৰ পৰা গুৱাহাটীলৈ মাত্ৰ ৮ ঘণ্টা! অসমলৈ আহিব বুলেট ট্ৰেইন, সলনি হ’ব উত্তৰ-পূবৰ যাতায়াত ব্যৱস্থা,সলনি হ’ব উত্তৰ-পূবৰ ভৱিষ্যৎ…
Share on FacebookShare on TwitterWhatsApp
এতিয়াৰে পৰা দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলৈ দীঘলীয়া যাত্ৰাৰ চিন্তা কৰিব নালাগিব নেকি? ঘণ্টাৰ পিছত ঘণ্টা ৰে’লযাত্ৰাৰ সলনি মাত্ৰ ৮ ঘণ্টাৰ ভিতৰতে দিল্লীৰ পৰা গুৱাহাটী পোৱাৰ সপোন বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে।
শেহতীয়াকৈ দিল্লী–শিলিগুৰি প্ৰস্তাৱিত হাইস্পীড ৰে’ল কৰিডৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰাৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ বিমন্ত বিশ্ব শৰ্মাই। এই প্ৰকল্পৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ আন প্ৰান্তৰ সংযোগ ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে।
কেইবাখনো গুৰুত্বপূৰ্ণ চহৰক সংযোগ কৰিবলগীয়া এই কৰিডৰটোৰ সম্ভাৱ্য পথ হৈছে দিল্লী, আগ্ৰা, কানপুৰ, লক্ষ্ণৌ, অযোধ্যা, বাৰাণসী, প্ৰয়াগৰাজ, পাটনা, শিলিগুৰি হৈ গুৱাহাটী। প্ৰায় ১,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰে উত্তৰ-পূবলৈ যাতায়াতৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে।
ইয়াৰ ফলত কেৱল যাত্ৰীসকলেই লাভৱান নহ’ব, ব্যৱসায়-বাণিজ্য, পৰ্যটন, উদ্যোগ আৰু বিনিয়োগৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে। বিশেষকৈ অসমৰ পৰা দিল্লীলৈ ব্যৱসায়িক কামত অহা-যোৱা কৰা লোকসকলৰ বাবে এই প্ৰকল্প গুৰুত্বপূৰ্ণ হ’ব পাৰে।
কিন্তু এটা কথা মন কৰিবলগীয়া যে বুলেট ট্ৰেইনৰ যাত্ৰা আৰম্ভ হোৱাৰ নিৰ্দিষ্ট তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। বৰ্তমান এয়া প্ৰস্তাৱিত হাইস্পীড ৰে’ল কৰিডৰৰ পৰিকল্পনা। উত্তৰ-পূবৰ ৰে’লযাত্ৰাৰ ইতিহাসত এয়া হ’ব পাৰে এক নতুন অধ্যায়।
Tags: bullet trainGuwahatiTransport

Related Posts

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025