দিল্লীৰ পৰা গুৱাহাটীলৈ মাত্ৰ ৮ ঘণ্টা! অসমলৈ আহিব বুলেট ট্ৰেইন, সলনি হ’ব উত্তৰ-পূবৰ যাতায়াত ব্যৱস্থা,সলনি হ’ব উত্তৰ-পূবৰ ভৱিষ্যৎ…
এতিয়াৰে পৰা দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলৈ দীঘলীয়া যাত্ৰাৰ চিন্তা কৰিব নালাগিব নেকি? ঘণ্টাৰ পিছত ঘণ্টা ৰে'লযাত্ৰাৰ সলনি মাত্ৰ ৮ ঘণ্টাৰ ...





