• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰাপত্তাহীন নাৰী, মৌন প্ৰশাসন!৮ মাহতে ৪৯৮টা অপকৰ্মৰ গোচৰ, নাৰী সুৰক্ষাৰ নামত এয়া কেনে ব্যৱস্থা?

Nation NE by Nation NE
October 9, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নিৰাপত্তাহীন নাৰী, মৌন প্ৰশাসন!৮ মাহতে ৪৯৮টা অপকৰ্মৰ গোচৰ, নাৰী সুৰক্ষাৰ নামত এয়া কেনে ব্যৱস্থা?
Share on FacebookShare on TwitterWhatsApp

নাৰী আৰু কন্যা শিশুৰ নিৰাপত্তাক লৈ পুনৰ উত্থাপন হৈছে এক গুৰুতৰ প্ৰশ্ন। ক্ৰমাৎ উদ্বেগজনক হৈ পৰিছে এখন বৃহৎ চহৰখনত যৌন হিংসাৰ ঘটনা। আৰক্ষীৰ তথ্যৰ উদ্ধৃতি দি সংখ্যালঘু অধিকাৰৰ এটা আগশাৰীৰ সংস্থা এটাই প্ৰকাশ কৰা অনুসৰি, ২০২৬ চনৰ প্ৰথম আঠ মাহতে লাহোৰত ৪৯৮টা ধৰ্ষণ আৰু ৩৬টা দলবদ্ধ ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, ধৰ্ষণৰ গোচৰৰ ক্ষেত্ৰত এই অঞ্চল শীৰ্ষত আছে। এই অঞ্চলত ১৩২টা গোচৰ পঞ্জীয়ন হৈছে। আনহাতে, মডেল টাউনত ৯৮টা, কেণ্টনমেণ্টত ৯২টা, ইকবাল টাউনত ৮০টা, চিটি অঞ্চলত ৫৬টা আৰু চিভিল লাইনত ৪০টা গোচৰ পঞ্জীয়ন কৰা হৈছে।

তথ্য মতে, সামাজিক কলংক, পাৰিবাৰিক হেঁচা, আৰক্ষীৰ প্ৰতি অনাস্থা আৰু অপমানৰ ভয়ত বহু ভুক্তভোগীয়ে নিৰ্যাতনৰ কথা প্ৰকাশ কৰিবলৈ সাহস নকৰে। ফলত বহু ঘটনা পোহৰলৈ নাহে। এই পৰিসংখ্যাই এতিয়া ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ এগৰাকী ২০ বছৰীয়া আজাৰবাইজানৰ মহিলাক দলবদ্ধ অপকৰ্ম কৰাৰ অভিযোগেও ব্যাপক চৰ্চা লাভ কৰিছে। এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্বেগ বৃদ্ধি কৰিছে।

উল্লেখ্য যে, এই ঘটনাসমূহ পাকিস্তানৰ লাহোৰ চহৰত সংঘটিত হৈছে। সংস্থাটোৱে এই পৰিস্থিতিক কেৱল আইন-শৃংখলাৰ সমস্যা নহয়, বৰঞ্চ প্ৰতিষ্ঠানগত ব্যৰ্থতা বুলিও অভিহিত কৰিছে। সংস্থাটোৱে ভুক্তভোগীৰ সুৰক্ষা, দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু ন্যায় নিশ্চিত কৰাৰ দাবী জনাইছে।

Tags: safetyViolenceWomen

Related Posts

টয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমান
Top News

November 11, 2026
বগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…
Top News

বগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…

November 11, 2026
প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?
Top News

প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?

November 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 11, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025