• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুম্বাই ইণ্ডিয়ানছৰ শিৱিৰত আঘাত; প্ৰতিযোগিতাৰ পৰা বাহিৰ এইগৰাকী স্পিনাৰ

Nation NE by Nation NE
May 1, 2025
in Top News, ক্ৰীড়া
0 0
মুম্বাই ইণ্ডিয়ানছৰ শিৱিৰত আঘাত; প্ৰতিযোগিতাৰ পৰা বাহিৰ এইগৰাকী স্পিনাৰ
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিবলগীয়া অত্যন্ত গুৰুত্বপূৰ্ণ মেচখনৰ পূৰ্বে সমস্যাই দেখা দিছে মুম্বাই ইণ্ডিয়ানছ শিৱিৰত। আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ বাকী থকা মেচৰ পৰা বাহিৰ হ’ল প্ৰতিভাৱান বাঁওহতীয়া স্পিনাৰ বিগ্নেশ পুথুৰ।

ফ্ৰেঞ্চাইজিটোৱে পুথুৰৰ ঠাইত আন এগৰাকী আনকেপড লেগস্পিনাৰ ৰঘু শৰ্মাক চুক্তিবদ্ধ কৰিছে। বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে ফ্ৰেঞ্চাইজিটোৱে। ৩০ লাখ টকাৰ ভিত্তি মূল্যত আৰ এ পি পি তালিকাৰ পৰা তেওঁক চুক্তিবদ্ধ কৰা হৈছে।

ৰঘু শৰ্মা কোন?

১৯৯৩ চনৰ ১১ মাৰ্চত পঞ্জাৱৰ জলন্ধৰত জন্মগ্ৰহণ কৰা ৰঘু সোঁহতীয়া লেগ ব্ৰেক বলাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত পঞ্জাব আৰু পুডুচেৰীক প্ৰতিনিধিত্ব কৰি আহিছে। প্ৰথম শ্ৰেণীৰ ১১খন মেচত তেওঁ ১৯.৫৯ গড়ে ৫৭টা উইকেট দখল কৰিছে, য’ত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন হৈছে ৭/৫৬। লিষ্ট এ ক্ৰিকেটত তেওঁ ৯খন মেচত ১৪টা উইকেট দখল কৰিছে, য’ত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ৪/৩৭। লগতে ৩ খন টি-২০ মেচত অংশ লৈ ৩ টা উইকেট দখল কৰিছে।

Tags: IPLMumbai IndiansVignesh Puthur

Related Posts

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025