Friday, 13 November 2026
Latest
এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমান
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ-আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাসকলে কোনো শুভফল লাভ কৰিব ৷ বিদ্যাত সুনাম বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা

বৃষ- নিজৰ কৰ্মৰ প্ৰতি সজাগ থাকক৷খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। কৰ্মস্থলীত শান্তি বৰ্তী থাকিব। শুভ নম্বৰ-১, শুভ ৰং-নীলা

মিথুন-আজিৰ দিনটো আপুনি সাহিত্য-সংস্কৃতিত শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। শুভ নম্বৰ-৯, শুভ ৰং-বেঙুনীয়া

কৰ্কট-আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ কামত সাৱধানতা অৱলম্বন কৰিব। বিদ্যাত উত্তম৷ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ। শুভ নম্বৰ-৪, শুভ ৰং-বগা

সিংহ-শৈক্ষিক দিশত সুনাম বৃদ্ধি পাব। সকলো কাম সহজে হৈ উঠিব। শুভ নম্বৰ-৮, শুভ ৰং-পাতল সেউজীয়া

কন্যা-কৰ্মস্থানত যথেষ্ট উন্নতিৰ যোগ৷ মন উৎসাহিত হৈ থাকিব৷ আজিৰ দিনটোত আপোনাৰ সুনাম বৃদ্ধি পাব। শুভ নম্বৰ-৩, শুভ ৰং-বগা

তুলা-আজি দিনটোত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। নিজৰ মানসিকস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। মনোবল বৃদ্ধি পাব৷ শুভ নম্বৰ-৯, শুভ ৰং-হালধীয়া

বৃশ্চিক-আজি দিনটোত আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হওক। যশ-মান বৃদ্ধি পাব। প্ৰেমত শুভ। শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা

ধনু- ব্যৱসায়িক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম হৈ থাকিব৷ প্ৰেমত শুভ।শুভ নম্বৰ-৯, শুভ ৰং-বগা

মকৰ-আজিৰ দিনটোত এই ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়ত আশাবাদী হৈ থাকিব৷ দাম্পত্য জীৱনত সুখ-শান্তি প্ৰৱল সম্ভৱনা। শুভ নম্বৰ-৩, শুভ ৰং-সোণালী

কুম্ভ-কোনো সুসংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ৷ আপোনাৰ জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-বগা

মীন-আজি আপুনি ব্যৱসায়ত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ’ব। বিদ্যাত শুভফল লাভ কৰিব। কৰ্মস্পৃহা বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা

Leave a Reply

Your email address will not be published. Required fields are marked *