• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বন্ধ হৈ পৰিব ফেচবুক, ইনষ্টাগ্ৰাম! ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ নেকি ছ’চিয়েল মিডিয়া?

Nation NE by Nation NE
September 30, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
বন্ধ হৈ পৰিব ফেচবুক, ইনষ্টাগ্ৰাম! ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ নেকি ছ’চিয়েল মিডিয়া?
Share on FacebookShare on TwitterWhatsApp
১৮ বছৰৰ তলৰ লোকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২৮ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মল্য বাগচি আৰু ভি মোহানাক লৈ গঠিত বিচাৰপীঠে Just Rights for Children Alliance-এ দাখিল কৰা আবেদনখনৰ শুনানি গ্ৰহণ কৰে।
আবেদনখনত ছ’চিয়েল মিডিয়া আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মৰ সম্ভাব্য বিপদৰ পৰা শিশুসকলক সুৰক্ষা দিয়াৰ বাবে অধিক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছিল।
অৱশ্যে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবীক ভুৱা আৰু ভিত্তিহীন বুলি খাৰিজ কৰিছে চৰকাৰী সূত্ৰই। এই স্পষ্টীকৰণ আহিছে উচ্চতম ন্যায়ালয়ে নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ আৰু সুৰক্ষাৰ বিষয়টোত কেন্দ্ৰক বৰ্তমানৰ নিয়মসমূহ অধিক শক্তিশালী আইনী আন্ত:গাঠনিৰ অধীনলৈ অনাৰ সম্ভাৱনা বিবেচনা কৰিবলৈ কোৱাৰ পিছত।
আদালতে প্ৰশ্ন তোলে- ১৮ বছৰৰ তলৰ নাবালকে যদি ভাৰতীয় চুক্তি আইনৰ অধীনত স্বতন্ত্ৰভাৱে বাধ্যতামূলক চুক্তি কৰিব নোৱাৰে, তেন্তে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ‘Terms of Service’ গ্ৰহণ কৰি নিজৰ নামত একাউণ্ট কেনেকৈ খুলিব পাৰে? আবেদনকাৰী সংস্থাটোৱে নাবালকৰ একাউণ্ট খোলাৰ পূৰ্বে পিতৃ-মাতৃ বা আইনী অভিভাৱকৰ সন্মতিৰ ব্যৱস্থা কৰাৰ দাবী কৰিছে।
অৱশ্যে বৰ্তমানলৈ ভাৰতত ১৮ বছৰৰ তলৰ সকলোৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰা কোনো কেন্দ্ৰীয় আইন ঘোষণা হোৱা নাই। সেয়ে চৰকাৰৰ শেহতীয়া স্পষ্টীকৰণে ‘১৮ বছৰৰ তলৰ লোকৰ ছ’চিয়েল মিডিয়া নিষেধ’ৰ দাবীটোক লৈ চলি থকা জল্পনা-কল্পনাত আপাতত ইতি পেলাইছে।
Tags: BANSocial Mediaunder 18

Related Posts

চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ
Top News

November 10, 2026
কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
ভাৰতৰ আটাইতকৈ ধনী গাঁওখন ক’ত? ১৭টা বেংকত জমা ৭ হাজাৰ কোটি টকা, বিদেশত থাকে হাজাৰ হাজাৰ গাঁওবাসী…

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025