• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বাধীনতাৰ ৮০ বছৰ : ভাৰতৰ স্বাধীনতাৰ বাবে হঠাতে মাজনিশা থিক কৰা হৈছিল নেকি দিন?

Nation NE by Nation NE
August 15, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
১৫,০০০ শিশুৰ তে*জে*ৰে ৰা*ঙলী প্ৰধানমন্ত্ৰী নেতান্যায়াহুৰ দুহাত,  চিৰজীৱনলৈ ঘূ*ণীয়া ৪৪ হাজাৰৰো অধিক দেৱশিশু
Share on FacebookShare on TwitterWhatsApp

১৫ আগষ্টত যেতিয়া আমি ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁ, তেতিয়া আমাৰ বুকুখন গৌৰৱেৰে ফুলি উঠে। কিন্তু আমি কেতিয়াবা ভাবিছোনে ১৯৪৭ চনৰ আমাৰ প্ৰথম স্বাধীনতা দিৱস কেনেকুৱা আছিল? সেই দিনটোত দেশত কেনেধৰণৰ পৰিবেশে বিৰাজ  কৰিছিল? সেই নিশা দিল্লীৰ ৰাজপথত কি হৈছিল?

মহাত্মা গান্ধী, ভগত সিং, সুভাষ চন্দ্ৰ বসু আৰু অগণন বিপ্লৱীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুদ্ধ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইংৰাজে উপলব্ধি কৰিছিল যে- তেওঁলোকৰ ভাৰতত শাসন কৰাৰ আৰু কোনো ক্ষমতা নাই। প্ৰথম অৱস্থাত ব্ৰিটিছে জুন মাহৰ ভিতৰত ভাৰতক ক্ষমতা অৰ্পণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তেতিয়াৰ ভাইচৰয় লৰ্ড মাউণ্টবেটেনে ১৫ আগষ্ট তাৰিখটো বাছি লৈছিল কাৰণ সেইদিনটোৱেই আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে আত্মসমৰ্পণ কৰা দিন আৰু তেওঁ ইয়াক ভাগ্যৰ দিন বুলি গণ্য কৰিছিল।

১৪ আগষ্টৰ মাজনিশা ১২ বজাৰ লগে লগে ভাৰতত ব্ৰিটিছৰ শাসন চিৰদিনৰ বাবে অন্ত পৰিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে সংবিধান সভাত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। সেই নিশাই নেহৰুৱে তেওঁৰ আটাইতকৈ বিখ্যাত ভাষণ প্ৰদান কৰে, যি “ট্ৰাইষ্ট উইথ ডেষ্টিনি” নামেৰে জনাজাত। স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া সকলো শ্বহীদৰ বাবে হলঘৰত দুমিনিটৰ মৌনতাও অৱলম্বন কৰা হয়।

১৯৪৭ চনৰ ১৫ আগষ্টত দিল্লীৰ প্ৰিন্সেছ পাৰ্কত (ইণ্ডিয়া গেটৰ সমীপত) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। পিছদিনা ১৬ আগষ্টত লালকিল্লাত পতাকা উত্তোলন কৰা হয় আৰু তেতিয়াৰ পৰাই এই পৰম্পৰা অব্যাহত আছে। সেই ঐতিহাসিক নিশা যেতিয়া সংসদত ক্ষমতা হস্তান্তৰ কৰা হৈছিল, তেতিয়া সাধাৰণ জনতাৰ বাবে এই মুহুৰ্তৰ সাক্ষী হোৱাটো অসম্ভৱ আছিল। সেয়েহে কংগ্ৰেছে সমগ্ৰ অনুষ্ঠানটো চিনেমা হলত বিনামূলীয়াকৈ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছিল, যাতে সকলোৱে সেই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব পাৰে।

এই স্বাধীনতা দিৱস উদযাপনৰ সময়ত এক আনন্দৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চৰকাৰে কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিয়া হৈছিল, মৃত্যুদণ্ডৰ শাস্তি পোৱাসকলক যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰা হৈছিল আৰু সমগ্ৰ দেশৰ বধশালাসমূহ দিনটোৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

Tags: #independence #india

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025