• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাই যুদ্ধত ব্যস্ত থকাৰ সুযোগ লৈ চীনে পেলালে জাল, বন্ধ কৰিলে দক্ষিণ চীন সাগৰৰ এই প্ৰৱেশ বিন্দু…

Nation NE by Nation NE
April 16, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাই যুদ্ধত ব্যস্ত থকাৰ সুযোগ লৈ চীনে পেলালে জাল, বন্ধ কৰিলে দক্ষিণ চীন সাগৰৰ এই প্ৰৱেশ বিন্দু…
Share on FacebookShare on TwitterWhatsApp

হৰমুজ জলদ্বীপক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে চীনেও নিজৰ টেণ্টেকেল সম্প্ৰসাৰণ কৰিছে। দক্ষিণ চীন সাগৰত নিৰৱে নিজৰ দখল শক্তিশালী কৰি তুলিছে চীনে। চীন আৰু ফিলিপাইনছৰ মাজত দীৰ্ঘদিন ধৰি বিবাদৰ কাৰণ হিচাপে পৰিগণিত হোৱা সামুদ্ৰিক অঞ্চল স্কাৰবাৰ শ্ব’লৰ ওপৰত চীনে আৰোপ কৰিছে নিষেধাজ্ঞা।

উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে চীনে নাও, উপকূলৰ ৰক্ষী জাহাজ আৰু এক বৃহৎ ভাসমান বাধা ব্যৱহাৰ কৰি প্ৰৱেশ বিন্দুটো কাৰ্যতঃ বন্ধ কৰাৰ চেষ্টা কৰিছে। স্কাৰবাৰ শ্ব’লক এক চহকী মাছ ধৰা ঠাই বুলি গণ্য কৰা হয়। ফিলিপাইনছৰ মাছমৰীয়াসকলে দীৰ্ঘদিন ধৰি এই অঞ্চলটো ভ্ৰমণ কৰি আহিছে যদিও চীনে সমগ্ৰ অঞ্চলটোক নিজৰ বুলি দাবী কৰিছে। বাস্তৱত এই অঞ্চলটো ফিলিপাইনছৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ ভিতৰত পৰে।

শেহতীয়াকৈ চীনে প্ৰায় ৩৫০ মিটাৰ দীঘল ভাসমান বাধা স্থাপন কৰি এই অঞ্চলত প্ৰৱেশ বন্ধ কৰাৰ চেষ্টা চলাইছে। তাত চীনৰ কেইবাখনো মাছ ধৰা নাও আৰু উপকূলৰক্ষী জাহাজ মোতায়েন কৰা হৈছিল। ফিলিপাইনছৰ অভিযোগ যে, চীনে সামুদ্ৰিক মিলিচীয়াৰ জৰিয়তে অঞ্চলটোত অহৰহ হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ মাছমৰীয়াসকলক খেদি পঠিয়াইছে।

এক প্ৰতিবেদন অনুসৰি, ফিলিপাইনছেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ ক’ষ্ট গাৰ্ড আৰু নৌসেনাৰ জাহাজ প্ৰেৰণ কৰিছে, যাৰ ফলত সংঘাতৰ আশংকা আৰু অধিক বৃদ্ধি পাইছে। ফিলিপাইনছে ইয়াৰ পূৰ্বেও এনে বাধা আঁতৰাই পেলাইছে যদিও এইবাৰ চীনৰ উপস্থিতি অধিক আক্ৰমণাত্মক যেন দেখা গৈছে। এই উত্তেজনা কেৱল দুখন দেশতে সীমাবদ্ধ নহয়। এই ক্ষেত্ৰত আমেৰিকাও ফিলিপাইনছৰ সৈতে থিয় দিছে।

বিশেষজ্ঞসকলৰ মতে চীনে বৰ্তমানৰ পৰিস্থিতিৰ সুযোগ লৈছে, কিয়নো বৰ্তমান আমেৰিকাই ইৰাণ আৰু হৰমুজ জলদ্বীপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দক্ষিণ চীন সাগৰত চীনে নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰাৰ চেষ্টা চলাইছে। ২০১২ চনৰ পৰা চীনে স্কাৰবাৰ শ্ব’ল নিয়ন্ত্ৰণ কৰি আহিছে।২০১৬ চনত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ফিলিপাইনছৰ সপক্ষে ৰায় দিছিল যদিও চীনে ইয়াক মানি ল’বলৈ অস্বীকাৰ কৰিছিল। তেতিয়াৰ পৰাই এই অঞ্চলটো অহৰহ উত্তেজনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

Tags: ChinaPHILIPPINESSEA

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

November 11, 2026
নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025