• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, November 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰত গঠন হ’ব নেকি কংগ্ৰেছ-RJDৰ চৰকাৰ? নীতিশ কুমাৰক স্তম্ভিত কৰা একমাত্ৰ সমীক্ষা…

Nation NE by Nation NE
November 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিহাৰত গঠন হ’ব নেকি কংগ্ৰেছ-RJDৰ চৰকাৰ? নীতিশ কুমাৰক স্তম্ভিত কৰা একমাত্ৰ সমীক্ষা…
Share on FacebookShare on TwitterWhatsApp

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পোৱা অসংখ্য এগজিট প’ল আৰু সমীক্ষাৰ ফলত ৰাজনৈতিক গতিশীলতা ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে। বেছিভাগ সমীক্ষাতে NDA আগবাঢ়ি থকা দেখা গৈছে যদিও এই সমীক্ষাই ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে।

এক সমীক্ষাত মহাগঠবন্ধনৰ বাবে স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ অনুমান কৰা হৈছে। এই সমীক্ষাৰ খবৰ অনুসৰি এইবাৰ মহাগঠবন্ধনে ১৩০ৰ পৰা ১৪০খন আসন লাভ কৰিব পাৰে, আনহাতে NDA য়ে মাত্ৰ ১০০ৰ পৰা ১১০খন আসনহে লাভ কৰাৰ অনুমান কৰা হৈছে। এই অনুমান আন সকলো জৰীপৰ সম্পূৰ্ণ বিপৰীত। এই সমীক্ষাত দাবী কৰা হৈছে যে এইবাৰ জনসাধাৰণ পৰিৱৰ্তনৰ আমেজত আছে আৰু ৰাজ্যত নতুন সমীকৰণৰ সৃষ্টি হ’ব পাৰে।

কিন্তু আন আন ডাঙৰ জৰীপ সংস্থাসমূহে NDA সংখ্যাগৰিষ্ঠতাৰ ওচৰত বা তাতকৈ অধিক হ’ব বুলি প্ৰকল্প কৰিছে। এই অনুমান অনুসৰি NDA ৰ বাবে ১৩০ৰ পৰা ২০৯খন আসন, আনহাতে গ্ৰেণ্ড এলায়েন্সে ৩২ৰ পৰা ১০৮খন আসন লাভ কৰাৰ প্ৰকল্প কৰা হৈছে।

২০২০ চনত যোৱা বিহাৰ বিধানসভা নিৰ্বাচনত NDA মিত্ৰজোঁটে জয়লাভ কৰি চৰকাৰ গঠন কৰে। সেই সময়ত NDA য়ে মুঠ ১২৫খন আসন লাভ কৰাৰ বিপৰীতে গ্ৰেণ্ড এলায়েন্সে ১১০খন আসন লাভ কৰিছিল।

যোৱা নির্বাচনৰ পৰিসংখ্যা চালে, NDA মিত্রতাত বিজেপিয়ে ৭৪খন আসন, জেডিইউয়ে ৪৩খন আসন, বিকাশশীল ইনছান পাৰ্টি (ভিআইপি)য়ে ৪খন আসন আৰু হিন্দুস্তানী আৱাম মৰ্চাইও ৪খন আসন লাভ কৰিছিল।

গ্ৰেণ্ড এলায়েন্সৰ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে আৰজেডিয়ে ৭৫খন আসন লাভ কৰে। কংগ্ৰেছে ১৯খন, চিপিআই(এমএল) ১২খন আসন লাভ কৰাৰ বিপৰীতে এআইএমআইএম আৰু অন্যান্য দলসমূহে ৫খনকৈ আসন লাভ কৰে।

Tags: BiharElectionVote

Related Posts

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025