• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, November 10, 2026
23 °c
Guwahati
22 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অসম
    • অৰুণাচল প্ৰদেশ
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কৰ্কট ৰোগীৰ বাবে ডাঙৰ সকাহ! অসমত ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ দাম হ্ৰাস, ৯ নৱেম্বৰৰ পৰা নতুন মূল্য

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বতৰৰ ভয়ংকৰ ৰূপ; নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু

Nation NE by Nation NE
May 31, 2025
in Top News, অৰুণাচল প্ৰদেশ, উত্তৰ পূৱ
0 0
বতৰৰ ভয়ংকৰ ৰূপ; নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

বিগত কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দুটা ভিন্ন প্ৰান্তত হোৱা ভূমিস্খলনত গৰ্ভৱতী মহিলা-শিশুসহ কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

ইষ্ট কামেং জিলাত বৃহস্পতিবাৰে নিশা ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বানা-চেপ্পা অঞ্চলত হোৱা ভূমিস্খলনৰ কৱলত পৰে এখন বাহন। ইয়াৰ ফলত বাহনখনত থকা সাতজন লোকৰ মৃত্যু হয়। শুকুৰবাৰে পুৱাই উদ্ধাৰকাৰী দলে সাতজনৰ মৃতদেহ উদ্ধাৰ কৰে বুলি বিষয়াসকলে জনায়।

এই ভূমিস্খলনত কৰুণ মৃত্যু হোৱা লোকসকলৰ আত্মাৰ শান্তি কামনা কৰি মৃত লোকসকলৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে।

দ্বিতীয়টো ভূমিস্খলন নামনি সোৱনশিৰি জিলাৰ জিৰ’-কামলে পথত সংঘটিত হয়। এই ঘটনাটোত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন দুজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

ইফালে নেৰানেপেৰা বৰষুণৰ ফলত উজনি সোৱনশিৰি জিলাত বানে লৈছে ভয়ংকৰ ৰূপ। প্ৰায় ১০০টা পৰিয়াল বানৰ কৱলত পৰা বুলি প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে।

Tags: #LandslideArunachal

Related Posts

নেতান্যেহুৰ পিছত ইজৰাইলৰ ক্ষমতাৰ দৌৰত গাডি আইজেনকোট! ভাৰতৰ সৈতে আছে বিশেষ নৌসেনাৰ সংযোগ…
Top News

ইজৰাইলত ক্ষমতাৰ মহাৰণ! নেতান্যাহুৰ নতুন ৰাজনৈতিক চালত বিপদত গাডি আইজেনকোটৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন…

November 10, 2026
চীনৰ সহায়ত নিৰ্মাণ কৰা বান্ধত ভয়ংকৰ বিপৰ্যয়! খহি পৰিল নিৰ্মীয়মাণ অংশ, জলাশয়ত হাহাকাৰ, বন্ধ হ’ল কাম-কাজ

কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নহ’ল ছোনিয়া গান্ধী? ১৮ বছৰ পিছত নিজেই প্ৰকাশ কৰিলে সেই গোপন সিদ্ধান্তৰ আঁৰৰ কাহিনী…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

November 10, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

November 10, 2026
মন্দিৰত সোমাই তাণ্ডৱ! বজৰংবলীৰ ছবিত আ*ক্ৰ*মণৰ লগতে ক’লা ৰঙেৰে বিকৃত ধৰ্মীয় ফলক, চকীদাৰক হ*ত্যাৰ ভাবুকি…

November 9, 2026
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025