দ্বিতীয়বাৰৰ বাবে WPLৰ খিতাপ দখল হৰমনপ্ৰীত নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছৰ
হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দলে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিলে মহিলা প্ৰিমিয়াৰ লীগৰ। আনহাতে এইবাৰৰ সৈতে একেৰাহে তৃতীয়বাৰৰ বাবে ৰানাৰ্ছ আপ হিচাপেই সন্তুষ্ট হ’বলগীয়া হয়…
