Top News
নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; এনকাউণ্টাৰত মৃত্যু ১২ গৰাকী মাওবাদীৰ
ছত্তীশগড়ৰ দন্তেৱাড়া জিলাত মাওবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। বিজাপুৰ আৰু তেলেংগানাৰ সীমান্তত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত ১২ জন…
