Top News
হা*লা*ল মাং**স বিক্ৰী নকৰাৰ ঘোষণা, ৰেষ্টুৰেণ্টৰ বাহিৰত উত্তপ্ত পৰিস্থিতি! প্ৰতিবাদ, আৰক্ষীৰ কৰ্ডন, মালিকলৈ মৃ*ত্যু*ৰ ভাবুকি…
খাদ্যৰ পছন্দক লৈ এইবাৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে লণ্ডনত। এখন ভাৰতীয় ৰেষ্টুৰেণ্টৰ বাহিৰত শ শ লোকৰ প্ৰতিবাদ, আৰক্ষীৰ ব্যাপক নিৰাপত্তা ব্যৱস্থা আৰু ৰেষ্টুৰেণ্টৰ মালিকলৈ মৃত্যুৰ ভাবুকি!…
