পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ওড়িশাৰ এক ভিডিঅ’। ভিডিঅ’টোত এজন ব্যক্তিয়ে বাইক চলাই থকা দেখা গৈছে যিয়ে মানুহক আচৰিত আৰু আমোদ দিছে।…
