Friday, 13 November 2026
Latest
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…

Tag: PM

Top News

ফ্ৰান্সত উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীক, AI শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে ১০ জানুৱাৰীত ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। য’ত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ‘এ আই একচন ছামিট’ৰ সহ-সভাপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত…

2 min read
Top News

আজমেৰ শ্বৰীফ দৰগাহলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ চাদৰ

আজমেৰৰ নৱাজ হজৰত খোৱাজা মইনুদ্দিন চিষ্টীৰ দৰগাহত আৰম্ভ হৈছে ৮১৩ নং উৰ্ছ। প্ৰতি বছৰে ইয়াত প্ৰধানমন্ত্ৰী মোদীৰ হৈ চাদৰ আগবঢ়োৱা হয়। এইবাৰো অহা ৪ জানুৱাৰীত আজমেৰ…

2 min read
Top News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

মুম্বাই আৰক্ষীয়ে ট্ৰেফিক হেল্পলাইনৰ হোৱাটছএপ নম্বৰত এক ভাবুকি বাৰ্তা লাভ কৰিছে। এই বাৰ্তাত কোৱা হৈছে যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ এজেণ্টে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

1 min read
Top News

অশান্ত বাংলাদেশত মৃতকৰ সংখ্যা ৯১; শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তুলি দেশজুৰি সৰ্বাত্মক প্ৰতিবাদ

পুনৰ অশান্ত হৈছে বাংলাদেশৰ পৰিস্থিতি। প্ৰতি মুহূৰ্তত বাঢ়িছে বাংলাদেশত মৃতকৰ সংখ্যা। দেওবাৰে বাংলাদেশত সংঘৰ্ষ আৰু আৰক্ষীৰ গুলীচালনাত প্ৰায় ৯১ জন লোক নিহত আৰু শ শ লোক…

2 min read