Top News
কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত ৩২সংখ্যক আছিয়ান আঞ্চলিক ফ’ৰাম (ARF)ৰ মন্ত্ৰীবৰ্গৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই বৈঠকত অংশগ্ৰহণ কৰি…
