Top News
গুৱাহাটীত উপস্থিত ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা লুন্ঠন কৰা প্ৰৱঞ্চক দীপাংকৰ বৰ্মন
অৱশেষত গুৱাহাটীলৈ অনা হ’ল দীপাংকৰ বৰ্মনক। ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকা লুন্ঠন কৰা ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক শেহতীয়াকৈ অসম আৰক্ষীয়ে গোৱাত গ্ৰেপ্তাৰ কৰিছে।…
