Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Tag: ODI

Top News

স্মৃতি মান্ধানাই ৰচিলে ইতিহাস; সোণালী আখৰেৰে লিপিবদ্ধ কৰিলে নিজৰ নাম

ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা বেটাৰ স্মৃতি মান্ধানাই। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ ৪০০০ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰত পৰিণত হয়। ২৮ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে…

1 min read
Top News

W, W, W… নিউজিলেণ্ডৰ ভূমিত ইতিহাস ৰচিলে শ্ৰীলংকাৰ মহীশ থীক্সানাই

শ্ৰীলংকাৰ স্পিনাৰ মহীশ থীক্সানাই ৰচিলে ইতিহাস। নিউজিলেণ্ডৰ ভূমিত হেটট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী শ্ৰীলংকান বলাৰত পৰিণত হয় থীক্সানা। ইয়াৰ লগে লগে তেওঁ এদিনীয়া ক্ৰিকেটত শ্ৰীলংকাৰ হৈ হেটট্ৰিক…

2 min read
Top News

২০২৫ বৰ্ষত কিমানখন এদিনীয়া মেচত অংশ ল’ব ভাৰতে; জানো আহক সম্পূৰ্ণ সূচী

২০২৪ বৰ্ষত মিশ্ৰিত আছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শন। ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰাৰ বিপৰীতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দুখন টেষ্ট মেচ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে…

2 min read
Top News

বাংলাদেশৰ বিৰুদ্ধে শৃংখলা দখলৰ পিছতেই মহম্মদ নবীৰ ডাঙৰ ঘোষণা

অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ পাছত এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে আফগানিস্তানৰ অল ৰাউণ্ডাৰ মহম্মদ নবীয়ে। বাংলাদেশৰ বিৰুদ্ধে ২-১ ব্যৱধানত এদিনীয়া…

2 min read