Top News
‘দেহৰ কাপোৰ আঁতৰোৱা আৰু শৰীৰত বলপূ**ৰ্বক স্প**ৰ্শ কৰাটো অপকৰ্মৰ প্ৰয়াস নহয়…’ উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ SCৰ হস্তক্ষেপ
এগৰাকী মহিলাৰ শৰীৰৰ পৰা কাপোৰ আঁতৰাবলৈ চেষ্টা কৰি বুকুত হেঁচা মাৰি ধৰাৰ ঘটনাক ধ*ৰ্ষ*ণৰ চেষ্টা হিচাপে গণ্য নকৰা পাটনা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক লৈ উদ্বেগ প্ৰকাশ কৰিছে…
