আমি আমাৰ সেনাক লৈ গৌৰৱ অনুভৱ কৰিছো : নৰেন্দ্ৰ মোদী
ছত্তীশগড়ৰ নাৰায়ণপুৰ-বিজাপুৰ-দন্তেৱাড়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তাৰক্ষীয়ে ২৭জন মাওবাদীক নিহত কৰিছে। ২১ মে’ অৰ্থাত বুধবাৰে এই তথ্য প্ৰদান কৰে আৰক্ষী বিষয়াসকলে। খবৰ অনুসৰি এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ…
