ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ১০ জন মাওবাদীৰ মৃত্যু
ছত্তীশগড়ৰ গৰিয়াবন্দত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘটিত হৈছে ভয়ংকৰ সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মাওবাদীৰ শীৰ্ষ নেতা মনোজ ওৰফে বালকৃষ্ণকে ধৰি ১০ জন সদস্য নিহত হোৱাৰ খবৰ…
