Wednesday, November 11, 2026
22 °c
Guwahati
22 ° Thu
22 ° Fri
Language -
অসমীয়া
  • English

Tag: Mystery

ৰহস্যৰে ভৰা এখন পাহাৰ! কেতিয়াবা ৰঙা, কেতিয়াবা সোণালী, আকৌ কেতিয়াবা ধূসৰ, চুম্বকৰ দৰে আকৰ্ষণ কৰে প্ৰকৃতিৰ এই আচৰিত তিলিস্মই…

ৰহস্যৰে ভৰা এখন পাহাৰ! কেতিয়াবা ৰঙা, কেতিয়াবা সোণালী, আকৌ কেতিয়াবা ধূসৰ, চুম্বকৰ দৰে আকৰ্ষণ কৰে প্ৰকৃতিৰ এই আচৰিত তিলিস্মই…

প্ৰকৃতিৰ বুকুত এনে কিছুমান ৰহস্য লুকাই আছে, যিবোৰ দেখিলে নিজৰ চকুকেই বিশ্বাস কৰিবলৈ টান হয়। কেতিয়াবা একেটা পাহাৰেই ৰং সলনি ...

মতানৈক্যৰ পৰা মৃত্যুৰ বিভীষিকা! খঙৰ বশৱৰ্তী হৈ মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰেনে? গুৱাহাটীৰ ঘটনাই তুলিছে ভয়ংকৰ প্ৰশ্ন…

মতানৈক্যৰ পৰা মৃত্যুৰ বিভীষিকা! খঙৰ বশৱৰ্তী হৈ মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰেনে? গুৱাহাটীৰ ঘটনাই তুলিছে ভয়ংকৰ প্ৰশ্ন…

খং উঠিলেই বাৰু মানুহে মানুহৰ জীৱন কাঢ়ি ল’ব পাৰে নেকি? এটা বিবাদৰ পৰিণতি ইমান ভয়ংকৰ হ’ব পাৰেনে, য’ত নিমিষতে নিঃশেষ ...

সাগৰৰ তলত টাইম কেপচুল! ৫০০০ বছৰ পুৰণি জাহাজে খুলি দিব নেকি ইতিহাসৰ গোপন দুৱাৰ?

সাগৰৰ তলত টাইম কেপচুল! ৫০০০ বছৰ পুৰণি জাহাজে খুলি দিব নেকি ইতিহাসৰ গোপন দুৱাৰ?

সাগৰৰ গভীৰ অন্ধকাৰত হাজাৰ হাজাৰ বছৰ ধৰি লুকাই আছিল এক ৰহস্য। কোনো মানুহে স্পৰ্শ কৰা নাছিল, কোনেও জনা নাছিল ইয়াৰ ...

11:11- ভাগ্যৰ সংকেত নে অন্য কিবা? ঘড়ী, মোবাইল, গাড়ী- সকলোতে একেই সংখ্যা! আচল ৰহস্যটো কি?

11:11- ভাগ্যৰ সংকেত নে অন্য কিবা? ঘড়ী, মোবাইল, গাড়ী- সকলোতে একেই সংখ্যা! আচল ৰহস্যটো কি?

কেতিয়াবা ৰাতি হঠাৎ আপোনাৰ টোপনি ভাঙিল। মোবাইলটো হাতত লৈ চালে, সময় হৈছে-11:11 কিছুদিন পিছত এখন ৰেষ্টুৰেণ্টৰ বিল আহিল- ১১১ টকা। ...

জুবিন গাৰ্গক কাঢ়ি নিয়া চিংগাপুৰৰ সেই দ্বীপটোত কি আছিল? লুকাই আছে নেকি এক গভীৰ ৰহস্যময় অতীত?

জুবিন গাৰ্গক কাঢ়ি নিয়া চিংগাপুৰৰ সেই দ্বীপটোত কি আছিল? লুকাই আছে নেকি এক গভীৰ ৰহস্যময় অতীত?

চিংগাপুৰৰ দক্ষিণে সাগৰৰ মাজত অৱস্থিত লাজাৰাছ দ্বীপ আৰু ছেইণ্ট জনছ দ্বীপ। পৰ্যটকৰ বাবে এই দ্বীপসমূহ আজি এক শান্ত, সুন্দৰ আৰু ...

মছজিদৰ ৫০০ বছৰীয়া কুঁৱাৰ ৰহস্য! ৫০০ বছৰীয়া কুঁৱাৰ পানী খাবলৈ কি  আজিও আহে দূৰ-দূৰণিৰ লোক?

মছজিদৰ ৫০০ বছৰীয়া কুঁৱাৰ ৰহস্য! ৫০০ বছৰীয়া কুঁৱাৰ পানী খাবলৈ কি আজিও আহে দূৰ-দূৰণিৰ লোক?

ভাৰতৰ ৰাজধানী দিল্লী ইতিহাস আৰু ঐতিহ্যৰ এক জীৱন্ত ভঁৰাল। চহৰখনৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে মোগল যুগৰ অসংখ্য অট্টালিকা, মছজিদ, ...

সমাধিত ওলাল ১০০ ‘যাদুকৰী’ মূৰ্তি! ৪০০০ বছৰৰ পাছত ফাদিল সমাধিৰ গোপন ৰহস্য…

সমাধিত ওলাল ১০০ ‘যাদুকৰী’ মূৰ্তি! ৪০০০ বছৰৰ পাছত ফাদিল সমাধিৰ গোপন ৰহস্য…

ইজিপ্তৰ ছাক্কাৰাত পুৰাতত্ত্ববিদসকলৰ হাতত লাগিছে এক চাঞ্চল্যকৰ প্ৰাচীন ৰহস্য। প্ৰায় ৪ হাজাৰ বছৰ পুৰণি এটা সমাধি খনন কৰি উদ্ধাৰ কৰা ...

এটি নিশা, এক কোটি মূৰ্তি আৰু ভগৱান শিৱৰ অভিশাপ! জানক এই ৰহস্যময় পৰ্বতৰ সত্য কাহিনী…

এটি নিশা, এক কোটি মূৰ্তি আৰু ভগৱান শিৱৰ অভিশাপ! জানক এই ৰহস্যময় পৰ্বতৰ সত্য কাহিনী…

ঘন অৰণ্য আৰু পৰ্বতৰ মাজত ত্ৰিপুৰাৰ উনাকোটিত খোদিত আছে ৯,৯৯৯,৯৯৯ টা ৰহস্যময় মূৰ্তি। য’ত ভগৱান শিৱৰ অভিশাপৰ লগতে ভাস্কৰ্য শিল্পী ...

৫০০ বছৰলৈকে ৰজাৰ বাহিৰে আন সকলোৰে প্ৰৱেশ নিষেধ এই ৰহস্যময় চহৰত! ডাঙৰ ৰহস্যৰ উদঘাটন

৫০০ বছৰলৈকে ৰজাৰ বাহিৰে আন সকলোৰে প্ৰৱেশ নিষেধ এই ৰহস্যময় চহৰত! ডাঙৰ ৰহস্যৰ উদঘাটন

আমি যেতিয়াই চীনৰ ইতিহাস বা স্থাপত্যৰ কথা মনত পেলাও, তেতিয়া প্ৰথমে আমাৰ মনলৈ আহে চীনৰ গ্ৰেট ৱাল। পিছে চীনতো এখন ...

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

গুৱাহাটীৰ মঠঘৰীয়াত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাৰ CCTV দৃশ্যই এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৬ এপ্ৰিলৰ পুৱতি নিশা ৪ ...

Page 1 of 2 1 2