Top News
ইৰাণৰ ১৩০ বছৰীয়া এটা বিষ্ণু মন্দিৰ, কেতিয়া আৰু কোনে নিৰ্মাণ কৰিছিল এই মন্দিৰ? ভাৰত-ইৰাণৰ মাজত এয়া কেনেধৰণৰ ৰহস্যময় সম্পৰ্ক
দক্ষিণ ইৰাণত অৱস্থিত বান্দৰ আব্বাছ চহৰখন বন্দৰ আৰু প্ৰাচীন বাণিজ্যিক ইতিহাসৰ বাবে জনাজাত। এই চহৰখনত এক অনন্য আৰু ঐতিহাসিক হিন্দু মন্দিৰো আছে। এই মন্দিৰটো ভাৰতীয় সংস্কৃতিৰ…
