Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Tag: Madrasa

Top News

বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য

মধ্য প্ৰদেশৰ মন্দসৌৰ জিলাৰ বদাখেদী গাঁৱত চলি থকা এখন শিক্ষানুষ্ঠানৰ তদন্তৰ সময়ত উদ্ধাৰ হৈছে গুৰুতৰ অনিয়ম। বিদ্যালয় পৰিচালনা, ছাত্ৰ-ছাত্ৰীৰ অভিলেখ, হোষ্টেলৰ ব্যৱস্থাৰ সন্দৰ্ভত কেইবাটাও অমিল উন্মোচন…

2 min read
Top News

এখন সন্দেহযুক্ত মাদ্ৰাছাঃ মুজাম্মিলে ১০ ফুট গভীৰতাত কিয় নিৰ্মাণ কৰিলে মাদ্ৰাছা? পোহৰলৈ আহিছে গোপন তথ্য…

দিল্লীৰ বোমা বিস্ফোৰণে সমগ্ৰ দেশৰ নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়াৰ দৰেই এতিয়া তদন্তৰ কেন্দ্ৰবিন্দুলৈ স্থানান্তৰিত হৈছে ফৰিদাবাদৰ এখন মাদ্ৰাছা। এই মাদ্ৰাছাৰ গঠন আৰু স্থানে বহু প্ৰশ্নৰ…

2 min read
Top News

উত্তৰাখণ্ডৰ বিদ্যালয়ত ভাগৱত গীতাৰ পাঠদান; সিদ্ধান্তক আদৰণি মাদ্ৰাছা বোৰ্ডৰ

বিজেপি নেতৃত্বাধীন উত্তৰাখণ্ড চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাজ্যখনৰ সকলো বিদ্যালয়তে প্ৰাৰ্থনা সভাত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক শিকোৱা হ’ব। এই…

2 min read
Top News

মাদ্ৰাছাক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ইজনে-সিজনৰ মাজত বিতৰণ কৰিলে মিঠাই

উচ্চতম ন্যায়ালয়ে মাদ্ৰাছাৰ সৈতে জড়িত মঙলবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।উত্তৰপ্ৰদেশত মাদ্ৰাছা ব’ৰ্ডৰ সাংবিধানিকতা বৰ্তাই ৰখাৰ সপক্ষে মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। এই বিষয়টো দীৰ্ঘদিন ধৰি…

2 min read
Top News

উত্তৰ প্ৰদেশত বন্ধ হ’ব নেকি ৫১৩ খন মাদ্ৰাছা?

উত্তৰ প্ৰদেশত ২৫ হাজাৰ খন মাদ্ৰাছা আছে। ইয়াৰ ভিতৰত, প্ৰায় ১৬,৫০০ খন  মাদ্ৰাছা ৰাজ্যিক মাদ্ৰাছা শিক্ষা পৰিষদৰ সৈতে সংযুক্ত। ইয়াৰ ভিতৰত, ৫৬০ খন মাদ্ৰাছাই ৰাজ্য চৰকাৰৰ…

2 min read